শীর্ষ সংবাদ

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল আন এগৰাকী অসমীয়া নগাঁৱৰ ৰুকচানা

শুকুৰবাৰে ঘোষণা কৰা ৬৫ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰীমা দাসৰ ৰ’কষ্টাৰে ইতিহাস ৰচনা কৰাৰ বাতৰিয়ে সমগ্ৰ অসমতে আনন্দৰ জোৱাৰ সৃষ্টি...

Read moreDetails

ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই ৰাকেশ পালৰ বিৰুদ্ধে চি বি আই তদন্ত খৰতকীয়া হোৱা নাই : অখিল গগৈ

‘বৰ্তমানলৈকে ৩৬ গৰাকী এ পি এছ চি কেলেংকাৰীত জৰিত বিষয়াক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানো বহু বিষয়া জালত পৰিবলৈ...

Read moreDetails

‘জাতীয় অস্তিত্বৰ বাবে বৰবিহ’ নাগৰিকত্ব বিধেয়ক, জিলাই জিলাই উৰিব ক’লা পতাকা : কৃষক মুক্তি

ব’হাগ বিহুৰ মাজতে দিল্লীত নাগৰিকত্ব আইন সংশোধন বিধেয়ক ( The Citizenship Act Amendment Bill )ৰ শুনানি অনুষ্ঠিত কৰাৰ তীব্ৰ বিৰোধিতা...

Read moreDetails

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা : দেশৰ শ্ৰেষ্ঠ ৰীমা দাসৰ অসমীয়া ছবি ভিলেজ ৰ’কষ্টাৰ

২০১৮ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। ৬৫ সংখ্যক এইবাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমীয়া ছবিয়ে আজুৰি আনিছে শ্ৰেষ্ঠ কাহিনী...

Read moreDetails

আইআইটি স্থাপনৰ বাবে ৫০.৬৭ কোটি টকা অনুমোদন ত্ৰিপুৰা চৰকাৰৰ

আগৰতলাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ বুধজুঙনগৰত স্থাপন হ’বলগীয়া ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী চমুকৈ আইআইটি স্থাপনৰ বাবে ত্ৰিপুৰা চৰকাৰে ৫০.৬৭...

Read moreDetails

অসমীয়াৰ চোতালত প্ৰাণৰ ব’হাগ : বিশ্বনাথত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

অসমীয়াৰ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু | হেঁপাহৰ এই বিহুটি পূৰ্ণ উদ্যমেৰে আদৰিবলৈ সাজু ৰাজ্যৰ ডেকা, বুঢ়াৰ গাভৰুৰ পৰা সকলোৱে |...

Read moreDetails

অসম-মিজোৰাম সীমান্তৰ অবৈধ নিৰ্মাণ পৰিদৰ্শন আৰম্ভ যৌথ সমিতিৰ

অসম আৰু মিজোৰামৰ বিষয়া তথা নাগৰিক সংগঠনৰ সদস্যৰে গঠিত যৌথ সমিতিয়ে বৃহস্পতিবাৰে অসম-মিজোৰাম আন্ত:ৰাজ্যিক সীমান্তৰ ৬৪.৬ কিলোমিটাৰ অঞ্চলত অবৈধ নিৰ্মাণ...

Read moreDetails

বোকাখাতক শুকুলা নগৰী কৰি তোলাৰ লক্ষ্যৰে প্ৰশাসনৰ হোৱাইট ৱাচ

বিহুৰ সময়তে বোকাখাত নগৰখনক সজাই তুলিবৰ বাবে নতুন পদক্ষেপ লৈছে বোকাখাত মহকুমা প্ৰশাসনে ৷ নুমলীগড় শোধনাগাৰৰ সহযোগত নগৰখনত আৰম্ভ কৰা...

Read moreDetails

অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী : উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

বৰ্তমান দেশৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ে  ৫০ বছৰত ভৰি দিছে। ১৯৬৯ চনত মাত্ৰ ২খন মহাবিদ্যালয়ক লৈ...

Read moreDetails

আধাৰ কাৰ্ড লাভ কৰা অবৈধ প্ৰব্ৰজনকাৰীৰ সৱিশেষ জনাবলৈ ৰাজ্য চৰকাৰক কেন্দ্ৰৰ আহ্বান

সীমান্তৰ সিপাৰৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীয়ে আধাৰ কাৰ্ড লাভ কৰাৰ বাতৰিৰ পিছত বিষয়টো সম্পৰ্কত গভীৰ চিন্তা ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে।...

Read moreDetails
Page 5942 of 6054 1 … 5,941 5,942 5,943 … 6,054

Stay Connected

Recent News