Achinta Sheuli wins third gold medal for India বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ পদকো ভাৰোত্তোলনৰ পৰাই আহিল। পশ্চিমবংগৰ অচিন্ত্য...
Read moreDetailsআপুনি হয়তো এদিন দুদিন অথবা এসপ্তাহলৈকে গা নুধুৱাকৈ থাকি পাইছে। কিন্তু আজি এনে এজন মানুহৰ বিষয়ে ক’বলৈ লোৱা হৈছে, যিয়ে...
Read moreDetailsক্ৰমশ: এখন এনকাউণ্টাৰ ৰাজ্য হোৱাৰ দিশে গতি কৰিছে অসম। বিগত এটা বছৰত অপৰাধ দমনৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইটোৰ পিছত...
Read moreDetailsমুম্বাইৰ পাত্ৰ চাওল ভূমি কেলেংকাৰী গোচৰত শিৱসেনাৰ নেতা সঞ্জয় ৰাউটৰ আটক কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। তেওঁৰ মুম্বাইস্থিত বাসগৃহত দিনজোৰা অভিযানৰ পিছতে...
Read moreDetailsশনিবাৰে নিশা বংগত কোটি কোটি টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনিগৰাকী কংগ্ৰেছ বিধায়কৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম...
Read moreDetailsবাৰ্মিংহামত চলি থকা ২২ সংখ্যক কমনৱেলথ গেমছৰ আজি তৃতীয়দিনা আশাহত হ'বলগীয়া হৈছে অসমবাসী। সমগ্ৰ ৰাজ্যবাসীৰ প্ৰত্যাশা বহন কৰা তাৰকা বক্সাৰ...
Read moreDetailsশনিবাৰে নিশা বংগত কোটি কোটি টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনিগৰাকী কংগ্ৰেছী বিধায়কৰ সৈতে এইবাৰ নাম সাঙোৰ খাইছে অসমৰ মুখ্যমন্ত্ৰী...
Read moreDetailsদেশক গৌৰৱান্বিত কৰি বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছৰ আজি তৃতীয় দিনা পুনৰ উৰিল ত্ৰিৰংগা। আজি ভাৰতৰ পদক তালিকাত দ্বিতীয়টো স্বৰ্ণ...
Read moreDetailsTanmayee Shrutidhara Gogoi শিৱসাগৰ জিলাৰ নাজিৰা নবোদয় বিদ্যালয়ৰ ছাত্ৰী তথা এনচিচিৰ কেডেট তন্ময়ী শ্ৰুতিধাৰা গগৈলৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ...
Read moreDetailsMonkeypox আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত মাঙ্কিপক্সৰ সংক্ৰমণ বিয়পি পৰাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। নিউয়ৰ্কৰ গভৰ্ণৰ কেথি হকুলে স্থানীয়...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd