শীর্ষ সংবাদ

অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ SOP জাৰি, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বিশেষ ঘোষণা

দক্ষিণ আফ্ৰিকা, বটছুৱানা, ঘানা, হংকঙ, ইংলেণ্ড, ইটালী, ইজৰাইল, জাৰ্মানী, কানাডা, পৰ্টুগাল আদিকে ধৰি বিশ্বৰ প্ৰায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত...

Read moreDetails

ক্ৰমাৎ উত্তপ্ত নাগালেণ্ড, মৃতকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাত আসাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত নিৰীহ লোকৰ মৃত্যুৰ পাছত ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে নাগালেণ্ড। শেহতীয়া খবৰ...

Read moreDetails

ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে আন্দোলনৰ ইঙ্গিত ৰাকেশ টিকাইটৰ

তিনি বিতৰ্কিত কৃষি আইন বিৰোধী আন্দোলনৰ জৰিয়তে শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰা ৰাকেশ টিকাইটে বিজপি চৰকাৰৰ আন এক নীতিৰ বিৰুদ্ধে আন্দোলনৰ ইঙ্গিত...

Read moreDetails

এইবাৰ সংবিধানৰ প্ৰস্তাৱনাত ‘আক্ৰমণ’! সংবিধানৰ প্ৰস্তাৱনা সংশোধনৰ প্ৰচেষ্টা বিজেপিৰ

সংবিধানৰ ওপৰত সংঘ পৰিৱাৰৰ আক্ৰমণ কোনো নতুন কথা নহয়। বিজেপিয়ে কেন্দ্ৰত ক্ষমতালৈ অহাৰ পিছৰে পৰা মাজে মাজে সংঘ পৰিৱাৰে সংবিধানৰ...

Read moreDetails

নাজিৰাত উৎকোচ লওঁতেই হাতে-লুটে আটক শিক্ষা বিষয়া

ৰাজ্যত এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী শিক্ষা বিষয়া । নাজিৰা ব্লকৰ বিদ্যালয়ৰ উপ পৰিদৰ্শক নবুল ইছলামক উৎকোচ লওঁতেই হাতে-লুটে...

Read moreDetails

নাগালেণ্ডত সেনাৰ দ্বাৰা নিৰীহ জনতা হত্যা সন্দৰ্ভত গৃহ মন্ত্ৰালয়ক জবাবদিহি ৰাহুল গান্ধীৰ

নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৪ জনকৈ সাধাৰণ নিৰীহ জনতাই প্ৰাণ হেৰুওৱাৰ পিছত এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত গৃহ...

Read moreDetails

কৃষক নেতা ৰাকেশ টিকাইটক মৃত্যুৰ ভাবুকি, অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল

তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত কৃষক আন্দোলনক নেতৃত্ব দিয়া ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটক হত্যাৰ...

Read moreDetails

হত্যাকাণ্ডৰ বলি হোৱা নাছিল মিলন ছেত্ৰী: দিছপুৰ আৰক্ষী

যোৱা ২৩ নৱেম্বৰত হাতীগাঁৱৰ লখিমী নগৰত মৃতদেহ উদ্ধাৰ হোৱা মিলন ছেত্ৰী নামৰ ব্যক্তিজন হত্যাকাণ্ডৰ বলি হোৱা নাছিল। এই কথা প্ৰকাশ...

Read moreDetails

মুকেশ আম্বানীৰ সৈতে প্ৰতিদ্বন্দীতাত নামিব এলন মাস্ক!

এইবাৰ দেখা যাব পাৰে মুকেশ আম্বানী বনাম এলন মাস্কৰ দুৰ্বাদল প্ৰতিদ্বন্দিতা। দেশ তথা এছিয়াৰ আটাইতকৈ চহকী ধনকুবেৰ আম্বানীৰ সমুখত প্ৰত্যাহ্বান...

Read moreDetails

নাগালেণ্ডত সেনাৰ দ্বাৰা নিৰীহ জনতা হত্যাৰ তদন্তৰ বাবে SIT গঠন; বাতিল হ’ল হৰ্ণবিল মেলা

নাগালেণ্ডত আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৪ জনকৈ সাধাৰণ নিৰীহ জনতাৰ হত্যাৰ তদন্তৰ বাবে বিশেষ তদন্ত কমিটি (SIT) গঠন কৰা হৈছে।...

Read moreDetails
Page 2977 of 5987 1 … 2,976 2,977 2,978 … 5,987

Stay Connected

Recent News