DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নাগালেণ্ডত সেনাৰ দ্বাৰা নিৰীহ জনতা হত্যা সন্দৰ্ভত গৃহ মন্ত্ৰালয়ক জবাবদিহি ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2021 6:08 pm
Rahul Gandhi on Nagaland Case
231
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৪ জনকৈ সাধাৰণ নিৰীহ জনতাই প্ৰাণ হেৰুওৱাৰ পিছত এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত গৃহ মন্ত্ৰালয়ক জবাবদিহি কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

নিৰীহৰ হত্যাৰ উত্তৰ বিচাৰি ৰাহুল গান্ধীয়ে কেন্দ্ৰক আক্ৰমণ কৰি কয়, “আমাৰ নিজৰ ভূমিত অসামৰিক লোক বা নিৰাপত্তাকৰ্মী সুৰক্ষিত নহ’লে গৃহ মন্ত্ৰালয়ে কি কৰি আছে?”

ঘটনাসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰীগান্ধীয়ে টুইট কৰে, “এয়া হৃদয় বিৰক্তিকৰ। ভাৰত চৰকাৰৰ প্ৰকৃত উত্তৰ দিব লাগিব। যেতিয়া আমাৰ নিজৰ ভূমিত অসামৰিক লোক বা সুৰক্ষা কৰ্মী সুৰক্ষিত নহয় তেতিয়া গৃহ মন্ত্ৰালয়ে প্ৰকৃততে কি কৰি আছে?”

 

This is heart wrenching. GOI must give a real reply.

What exactly is the home ministry doing when neither civilians nor security personnel are safe in our own land?#Nagaland pic.twitter.com/h7uS1LegzJ

— Rahul Gandhi (@RahulGandhi) December 5, 2021

উল্লেখ্য যে, বিদ্ৰোহীৰ সম্ভাৱ্য চলাচলৰ বিষয়ে বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি অঞ্চলটোত অভিযান চলোৱা হৈছিল বুলি মন্তব্য কৰিছে সেনা বিষয়াই।

ইতিমধ্যে ঘটনা সন্দৰ্ভত বিশেষ তদন্ত দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে নাগালেণ্ডৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে।

Recent News

Himanta Biswa Sarma Vs Manish Sisodia: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa Sarma Vs Manish Sisodia: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd