শীর্ষ সংবাদ

প্ৰিয়ংকা গান্ধীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উত্তাল প্ৰতিবাদ

উত্তৰ প্ৰদেশত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন...

Read moreDetails

সহজ জয়েৰে প্লে’ অফৰ আশা সজীৱ কৰি ৰাখিলে মুম্বাই ইণ্ডিয়াঞ্চে

ডুবাইত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ কালি অনুষ্ঠিত হোৱা খেলখনত মুম্বাই ইণ্ডিয়াঞ্চে চমকপ্ৰদ প্ৰদৰ্শনেৰে সহজ জয় সাব্যস্ত কৰি প্লে’ অফলৈ...

Read moreDetails

“হাগ্ৰামা মহিলাৰী নুফুটা বন্দুক!” কোনে ক’লে এই কথা ?

“হাগ্ৰামা মহিলাৰী এটা নুফুটা বন্দুক। হাগ্ৰামা মহিলাৰীয়ে হতাশাত ভুগি আবোল তাবোল বকিছে।”- মঙ্গলবাৰে তামুলপুৰত এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিটিচি প্ৰধান...

Read moreDetails

চাহ শ্ৰমিকৰ বোনাচ প্ৰদানৰ দাবীত মাৰ্ঘেৰিটাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

চাহ শ্ৰমিকৰ ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত আৰু চাহ বাগিচাৰ দীৰ্ঘদিনে সমাধান নকৰা বিভিন্ন সমস্যা সমাধানৰ দাবীত মঙ্গলবাৰে মাৰ্ঘেৰিটা সমষ্টিৰ...

Read moreDetails

ভুৱা টেট শিক্ষক নিযুক্তিৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত

অৱশেষত হাজো আৰক্ষীৰ জালত ভুৱা টেট শিক্ষক নিযুক্তিৰ মুল মাষ্টাৰ মাইণ্ড। মূল অভিযুক্ত মহম্মদ ইছালমুদ্দিনক হাজোৰ বৰম্বৈৰ পৰা আটক কৰিছে...

Read moreDetails

টীয়কৰ চেলেংহাটত জঘন্য ঘটনা; মছজিদৰ ভিতৰত কিশোৰীক নিৰ্যাতন জোনাবৰ

যোৰহাট জিলাৰ টীয়কৰ চেলেংহাটত সংঘটিত হৈছে এক জঘন্য কাণ্ড। লম্পট জোনাবৰ কামনাৰ বলি হৈছে ৮ বছৰীয়া কিশোৰী। টীয়কৰ চেলেংহাটৰ ডালিম...

Read moreDetails

উপ নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ, কোনে কোনে পালে প্ৰাৰ্থিত্ব ?

আগন্তুক উপ নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কংগ্ৰেছে। মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ নাম কালি ঘোষণা কৰা...

Read moreDetails

ওদালগুৰিৰ কলাইগাঁৱত নিশা চুপাৰীভৰ্তি ট্ৰাক জব্দ

ওদালগুৰি জিলাৰ কলাই গাঁও আৰক্ষীয়ে সোমবাৰে নিশা চুপাৰী ভৰ্তি এখন ট্ৰাক জব্দ কৰে। ট্ৰাক খনত প্ৰায় ২০০ বেগতকৈ অধিক চুপাৰী...

Read moreDetails

শস্য ক্ৰয়ত পলম; দিল্লী – চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে প্ৰতিবাদী কৃষকে

কৃষকৰ উৎপাদিত শস্য ক্ৰয় কৰা পলম হোৱাৰ বাবে প্ৰতিবাদ কৰি হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ ওচৰৰ দিল্লী-চণ্ডীগড় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰী কৃষকে। তেওঁলোকে...

Read moreDetails

অৱশেষত গ্ৰেপ্তাৰ হ’ল ৰৌনক আলী হাজৰিকা, নিলম্বিত DIG ৰ বিশাল সম্পত্তি দেখিলে চকু কপালত উঠিব আপোনাৰ

আয়তকৈ ১৬৪ শতাংশ অধিক সম্পত্তি মঙ্গলবাৰে গ্ৰেপ্তাৰ হোৱা নিলম্বিত DIG ৰৌনক আলী হাজৰিকাৰ সম্পত্তিৰ তালিকা দেখিলে আপোনাৰো চকু কপালত উঠিব।...

Read moreDetails
Page 3131 of 5994 1 … 3,130 3,131 3,132 … 5,994

Stay Connected

Recent News