শীর্ষ সংবাদ

কোভিড যুদ্ধৰ আন এক দৃশ্য : কোভিড যোদ্ধাৰ বিলৈ!; তিনিজনক খাবলৈ দিয়া হয় এটা কণী!

ৰাজ্যত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা লোকৰ সংখ্যা যিমানেই বৃদ্ধি পাইছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে মৃতদেহ কঢ়িয়াই অনা লোকৰ।...

Read more

কলিয়াবৰত কৃষক নেতা অখিল গগৈৰ আইনী যুঁজৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পুঁজি সংগ্ৰহ

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুজঁ কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নগাঁৱৰ...

Read more

এটলেটিকো মাদ্ৰিদৰ মুখ্য প্ৰশিক্ষক কোভিড-১৯ প’জিটিভ

সমগ্ৰ বিশ্বৰ লগতে ফুটবল বিশ্বতো ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। শেহতীয়াভাৱে স্পেনিছ ফুটবল ক্লাৱ এটলেটিকো মাদ্ৰিদৰ প্ৰশিক্ষক দিয়েগো ছিমেঅ'ন ক'ৰ'না...

Read more

ব্ৰাহ্মণ উন্নয়ন পৰিষদ গঠনৰ দাবী ব্ৰাহ্মণ যুৱ পৰিষদৰ বিটিচি অঞ্চল শাখাৰ

ব্ৰাহ্মণ উন্নয়ন পৰিষদ গঠনৰ দাবী উত্থাপন কৰিছে সদৌ ব্ৰাহ্মণ যুৱ পৰিষদৰ বিটিচি শাখাই। সংগঠনটোৱে বিটিচিৰ অন্তৰ্গত বিভিন্ন ভাষা-ভাষী ব্ৰাহ্মণ সম্প্ৰদায়ৰ...

Read more

বিজেপি চৰকাৰে একমাত্ৰ খিলঞ্জীয়া মুছলমানকেই নহয় সকলো জাতি-জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে : মেহেদী আলম বড়া

''বিজেপি চৰকাৰে কেবল খিলঞ্জীয়া মুছলমানকে নহয় সকলো জাতি-জনগোষ্ঠীক প্ৰতাৰণ কৰিছে। অখিল গগৈৰ গ্ৰেপ্তাৰ অগণতান্ত্ৰিক,'' মেহেদী আলম বড়াই এইদৰে মন্তব্য কৰে।...

Read more

বিশ্বৰ সৰ্বোচ্চ মূল্যৰ হীৰা হোৱাৰ দিশে অগ্ৰসৰ ১০২ কাৰাটৰ ডিম্বাকৃতিৰ এই নিখুঁট হীৰা খণ্ড! : কিমান হ’ব ইয়াৰ মূল্য?

১০২.৩৯ কাৰাটৰ ডিম্বাকৃতিৰ এখণ্ড নিখুঁট হীৰাই বিশ্বৰ সৰ্বাধিক মূল্যৰ হীৰা হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈ হংকঙত নিলাম হ’ব...

Read more

স্বৈৰাচাৰী ইৰাণ!: বিশ্বৰ প্ৰৱল জনমতক উপেক্ষা, গোপনে প্ৰাণদণ্ড দিলে চৰকাৰ বিৰোধী কুস্তিবীৰক

চৰকাৰ বিৰোধী এগৰাকী বিশ্ব মানৰ মল্লযুঁজাৰুৰ প্ৰাণদণ্ড অতি গোপনে কাৰ্যকৰী কৰিছে ইৰাণে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে ইৰাণৰ চৰকাৰ বিৰোধী আন্দোলনৰ...

Read more

গাঁৱলৈ পানী যোগানৰ বাবে গয়াৰ এগৰাকী লোকে অকলে নিৰ্মাণ কৰিলে ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা

গয়াৰ লাথুৱা অঞ্চলৰ কোথিলাৱা গাঁৱৰ পথাৰত পানী যোগানৰ বাবে এগৰাকী লোকে সম্পুৰ্ণ একক প্ৰচেষ্টাৰে ৩০ বছৰৰ অন্তত ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ...

Read more

ভাৰত মহাসাগৰত চীনৰ বৰ্দ্ধিত শক্তিক প্ৰতিহত কৰাৰ বাবে মালদ্বীপৰ সৈতে সামৰিক চুক্তি স্বাক্ষৰ আমেৰিকাৰ

ভাৰত মহাসাগৰত চীনৰ বৰ্দ্ধিত শক্তিৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰই মালদ্বীপৰ সৈতে এক গুৰুত্বপূৰ্ণ সামৰিক চুক্তি সম্পাদন কৰে। ভাৰত মহাসাগৰীয় অঞ্চলৰ শান্তি...

Read more

দিল্লীত পুনৰ আৰম্ভ ক’ৰ’নাৰ সংক্ৰমণ; ব্যক্তিগত চিকিৎসালয়ক ৮০ শতাংশ আই চি য়ু বিচনা সংৰক্ষণৰ নিৰ্দেশ চৰকাৰৰ

দেশৰ ৰাজধানী নতুন দিল্লীত ক'ৰ'না ভাইৰাছৰ নতুনকৈ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে ২৮ খন ব্যক্তিগতখণ্ডৰ হস্পিটেলক ৮০ শতাংশ...

Read more
Page 3376 of 5191 1 3,375 3,376 3,377 5,191

Recent News