• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বৈৰাচাৰী ইৰাণ!: বিশ্বৰ প্ৰৱল জনমতক উপেক্ষা, গোপনে প্ৰাণদণ্ড দিলে চৰকাৰ বিৰোধী কুস্তিবীৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2020 4:49 pm
index.jpga
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰ বিৰোধী এগৰাকী বিশ্ব মানৰ মল্লযুঁজাৰুৰ প্ৰাণদণ্ড অতি গোপনে কাৰ্যকৰী কৰিছে ইৰাণে।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে ইৰাণৰ চৰকাৰ বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱা বিশ্ব মানৰ কুস্তিবীৰ নাভিদ আফকাৰিৰ মৃত্যুদণ্ড কালি কাৰ্যকৰী কৰা বুলি প্ৰকাশ কৰিছে।

Apply Now

বিশ্বৰ প্ৰৱল জনমত, আন্তৰ্জাতিক অলিম্পিক কমিটি, মাৰ্কিন ৰাষ্ট্ৰপতি ড’লান্ড ট্ৰাম্প, বিশ্বৰ ৮৫ হাজাৰ মল্লযুঁজাৰুৰ সকলোৰে আবেদন নস্যাৎ কৰি ইৰাণে এগৰাকী চৰকাৰী কৰ্মচাৰীৰ হত্যাৰ অপৰাধত ফাঁচি কাৰ্যকৰী কৰিলে বিশ্বমানৰ কুস্তিবীৰ নাভিদ আফকাৰিৰ।

ইৰাণৰ চৰকাৰীৰ সংবাদ পত্ৰত কালি নাভিদ আফকাৰিৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, ২০১৮ বৰ্ষত ইৰাণত আৰ্থিক মন্দাৱস্থা, নিৱনুৱা সমস্যা, দুৰ্নীতি বিৰুদ্ধে হোৱা চৰকাৰী বিৰোধী প্ৰৱল আন্দোলনক নাভিদ আফকাৰিয়ে দুই ভাতৃসহ সন্মুখনৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল।

তেতিয়াই পৰাই ইৰাণ চৰকাৰৰ ৰোষত পৰিছিল নাভিদ আফকাৰিসহ দুই ভাতৃ।

ইফালে ২০১৮ চনৰ ২ আগষ্টত ইৰাণ চৰকাৰৰ এগৰাকী কৰ্মচাৰীক ছুৰীকাঘাট কৰি হত্যা কৰা হয়। উক্ত হত্যাকাণ্ড নাভিদে কৰা বুলি ইৰাণ চৰকাৰে অভিযোগ উত্থাপন কৰি নাভিদক গ্ৰেপ্তাৰ কৰে।

ইফালে নাভিদৰ দুই ভাতৃকো ইৰাণ চৰকাৰে দেশদ্ৰোহিতাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

উক্ত হত্যাকাণ্ডৰ গোচৰতে নাভিদক অপৰাধী সাজি ইৰাণ চৰকাৰে প্ৰাণদণ্ডেৰে দণ্ডিত কৰে।

ইফালে ইৰাণ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে নাভিদে উক্ত হত্যাকাণ্ড সংঘটিত কৰাৰ কোনো প্ৰমাণ চৰকাৰে দাখিল কৰিব নোৱাৰিলে।

চৰকাৰ বিৰোধী আন্দোলনক নেতৃত্ব দিয়াৰ বাবেই চৰকাৰে নাভিদক মিছা অভিযোগত অভিযুক্ত কৰি শাস্তি বিহিলে।

নাভিদৰ অধিবক্তাৰ মতে নাভিদৰ বিৰুদ্ধে হত্যাৰ কোনো প্ৰমাণ চৰকাৰে দিব নোৱাৰিলে। কাৰাগাৰ ভিতৰত অমানুষিক অত্যাচাৰ কৰি নাভিদক মিছা স্বীকাৰোক্তি দিবলৈ বাধ্য কৰালে ইৰাণ চৰকাৰে।

অধিবক্তা গৰাকীৰ মতে আনকি মৃত্যুদণ্ড কাৰ্যকৰীৰ কৰাৰ পূৰ্বে পৰিয়ালৰ লোকক নাভিদক সাক্ষাৎ কৰাৰো অনুমতি প্ৰদান নকৰিলে চৰকাৰে।

ইৰাণৰ শাসকৰ এনে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে বিশ্বৰ ক্ৰীড়া মহল।

থমাছ বাখে কৈছে যে আন্তৰ্জাতিক অলিম্পিক কমিটি, ইৰাণ অলিম্পিক কমিটি, বিশ্ব ৰেষ্টিলং আৰু ইৰিনীয়ান ৰেষ্টলিং ফেডাৰেশ্যনৰ অনুৰোধকো ইৰাণ চৰকাৰে অগ্ৰাহ্য কৰি নাভিদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে, যিটো সঁচাই অতি হতাশাজনক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd