• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰে একমাত্ৰ খিলঞ্জীয়া মুছলমানকেই নহয় সকলো জাতি-জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে : মেহেদী আলম বড়া

পাৰ্শ্বজোতি গগৈ by পাৰ্শ্বজোতি গগৈ
September 13, 2020 6:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”বিজেপি চৰকাৰে কেবল খিলঞ্জীয়া মুছলমানকে নহয় সকলো জাতি-জনগোষ্ঠীক প্ৰতাৰণ কৰিছে। অখিল গগৈৰ গ্ৰেপ্তাৰ অগণতান্ত্ৰিক,” মেহেদী আলম বড়াই এইদৰে মন্তব্য কৰে।

আজি শিৱসাগৰত উজনি অসম মুছলিম কল্যান পৰিষদৰ এক সংবাদ মেলত সংঠনটোৰ কেন্দ্ৰীয় উপদেষ্টা মেহেদী আলম বড়াই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি এইদৰে সমালোচনা কৰাৰ লগতে সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাৰ দৰে ব্যক্তিক চৰকাৰে কিয় অসমৰ প্ৰান্তে প্ৰান্তে ধৰ্মীয় বিষবাষ্প সিঁচিবলৈ এৰি দিছে বুলি প্ৰশ্ন কৰে।

Apply Now

বড়াই অখিল গগৈৰ গ্ৰেপ্তাৰ অবৈধ আৰু অগণতান্ত্ৰিক বুলি মন্তব্য কৰাৰ লগতে অতি শীঘ্ৰে অখিল গগৈক মুকলি কৰি দিবলৈয়ো দাবী জনায়।

আনহাতে, বৰাই সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাক আইন ভংগকাৰী বুলি কোৱাৰ লগতে চৰকাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো চৰকাৰৰ দুৰ্বলতা বুলি কয়।

ইপিনে, শিৱসাগৰৰ নাৰী সমাজ, সংবাদ মাধ্যম তথা দল সংগঠনক অপমানসূচক মন্তব্য কৰা গীত কামৰূপাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ২৪ খনকৈ এজাহাৰ দাখিল হোৱাৰ পিছতো শিৱসাগৰ জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন নিশ্চুপ হৈ থকা বিষয়টোৱে কোনো ৰাজনৈতিক শক্তিৰ ওচৰত প্ৰশাসন বন্দী হৈ থকাৰ উমান পোৱা গৈছে বুলি কটাক্ষ কৰে বড়াই

তদুপৰি, জাতি-মাটি-ভেটি ৰক্ষা কৰা তথা পৰিৱৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰে কেৱল খিলঞ্জীয়া মুছলমানকেই নহয় অসমৰ সকলো জাতি-জনগোষ্ঠীক প্ৰতাৰণা কৰিছে বুলিও মন্তব্য কৰে বড়াই।

আজিলৈকে ৰাজনৈতিক, আর্থিক, সামাজিকভাৱে পিছপৰা খিলঞ্জীয়া মুছলমান সকলৰ জৰীপৰ বাবে ১০০ কোটি টকা ধাৰ্য্য কৰিও জৰীপ সম্পন্ন নকৰিলে চৰকাৰে। আজানপীৰ কলাক্ষেত্ৰৰ ১০০ কোটি টকাৰ  আৱন্টনৰ দাবী আজিলৈ পূৰ্ণ নকৰিলে বুলিও চৰকাৰক সমালোচনা কৰে নেতা গৰাকীয়ে।

কংগ্ৰেছ চৰকাৰৰ দিনত কাম আগবঢ়া উচ্চ সদন গঠন প্ৰক্ৰিয়া এইখন চৰকাৰে স্থবিৰ কৰি দিলে। উজনি অসম মুছলিম কল্যাণ পৰিষদে ২০২১ ৰ  নির্বাচনত অসমীয়া জাতি আৰু সমাজক সুৰক্ষিত কৰা আঞ্চলিকতাবাদ সম্পন্ন দলক খিলঞ্জীয়া মুছলমানে সমর্থন কৰিব বুলিও সংগঠনটোৱে স্পষ্ট কৰি দিয়ে।

সংবাদ মেলত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি ছৌকত লতিফ আৰু উপ সভাপতি মণিৰুল ইছলাম বড়া উপস্থিত থাকে।

পাৰ্শ্বজোতি গগৈ

পাৰ্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd