DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত পুনৰ আৰম্ভ ক’ৰ’নাৰ সংক্ৰমণ; ব্যক্তিগত চিকিৎসালয়ক ৮০ শতাংশ আই চি য়ু বিচনা সংৰক্ষণৰ নিৰ্দেশ চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2020 3:47 pm
delhi-government-to-scale-up-testing-for-coronavirus-arvind-kejriwal

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ফাইল ছবি

252
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী নতুন দিল্লীত ক’ৰ’না ভাইৰাছৰ নতুনকৈ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে ২৮ খন ব্যক্তিগতখণ্ডৰ হস্পিটেলক ৮০ শতাংশ আই চি য়ু বিচনা কোভিড ৰোগী সকলৰ বাবে সংৰক্ষণ কৰি ৰখাৰ বাবে নিৰ্দেশ দিছে।

দিল্লী চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা নিৰ্দেশনাত এই ২৮ খন ব্যক্তিগতখণ্ডৰ হস্পিটেলৰ নাম উল্লেখ কৰা হয়।

নিৰ্দেশনাটোত উল্লেখ কৰা আগশাৰীৰ হস্পিটেল সমূহৰ ভিতৰত মেক্স (চাকেট), ফৰ্টিছ (বসন্ত কুঞ্জ), চৰোজ চুপাৰ হস্পিটেল, এম ডি চিটি হস্পিটেল আৰু ছাৰ গংগাৰাম চিটি হস্পিটেল(পুছা ৰোড)।

উল্লেখযোগ্য যে, দিল্লীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা নিয়ন্ত্ৰণলৈ অহাৰ পাছত পুনৰ ইয়াৰ সংক্ৰমণ আৰম্ভ হৈছে।

অৱশ্যে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দিল্লীত ক’ৰ’নাৰ দ্বিতীয় ৱেভ অহা বুলি অস্বীকাৰ কৰিছে।

মেট্ৰ’কে ধৰি বজাৰ-সমাৰ আদি খোলাৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনাসমূহ কিছু পৰিমাণে শিথিল কৰি দিয়া বাবেই পুনৰ ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি দিল্লী চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd