শীর্ষ সংবাদ

এবাৰ ডেংগুত আক্ৰান্ত হোৱাসকল কোভিডত আক্ৰান্ত হোৱাৰ আশংকা কম : ব্ৰাজিলৰ গৱেষকৰ দাবী

ক’ৰ’ণাৰ দৰে বিশ্বত প্ৰতি বছৰে আতংকৰ সৃষ্টি কৰি অহা ডেংগুত যিসকল লোক এবাৰ আক্ৰান্ত হৈছে  তেওঁলোক ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত...

Read moreDetails

কোভিড আক্ৰান্ত হৈ বিশিষ্ট পৰমাণু বিজ্ঞানী শেখৰ বসুৰ দেহাৱসান

বিশিষ্ট বিজ্ঞানী তথা এট’মিক এনাৰ্জী কমিশ্যনৰ প্ৰাক্তন অধ্যক্ষ শেখৰ বসুৰ আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত দেহাৱসান ঘটে। ৬৮ বছৰীয়া বিশিষ্ট...

Read moreDetails

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ পুনৰ অৱনতি, আই চি ইউত ভৰ্তি

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বৃহস্পতিবাৰে  স্বাস্থ্যৰ অৱস্থাৰ  অৱনতি ঘটাত তেওঁক পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ আই...

Read moreDetails

এইবাৰ নাকৰ ড্ৰপৰ দৰেই গ্ৰহণ কৰিব পৰা ক’ৰ’ণাৰ ভেকচিন প্ৰস্তুত কৰিব ভাৰতে

ক’ৰ’ণা ভাইৰাছে কালান্তক ৰুপ ধাৰণ কৰাৰ সময়তে বিশ্বৰ বিভিন্ন দেশৰ স্বাস্থ্য বিজ্ঞানী সকলে ভেকচিন আবিষ্কাৰৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে।...

Read moreDetails

কৃষি বিধেয়ক: পথাৰ এৰি ৰাজপথত হাজাৰ হাজাৰ কৃষক

ক’ৰ’ণাতংকৰ বাবে মাত্ৰ ১০ দিনৰ বাবে অনুষ্ঠিত হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে ২৫ খনকৈ বিধেয়ক গৃহীত কৰা হয়। বিৰোধীৰ প্ৰৱল...

Read moreDetails

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰী ক’ৰ’নাত আক্ৰান্ত

ক'ৰ'নাত আক্ৰান্ত হৈছে টেলিভিশ্যন জগতৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰী। সংবাদ মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে অভিনেত্ৰী গৰাকীয়ে। তেওঁ সংবাদ...

Read moreDetails

দক্ষিণ কোৰিয়াৰ বিষয়াক হত্যা কৰি জ্বলাই দিলে কিম জং উনৰ উত্তৰ কোৰিয়াই!

একনায়কত্ববাদী নেতা কিম জং উন শাসনাধীন উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ এগৰাকী বিষয়াক গুলী কৰি হত্যা কৰাৰ পাছত জ্বলাই দিয়াৰ অভিযোগ...

Read moreDetails

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫৭ লাখৰ ঘৰ

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৮৬,৫০৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত...

Read moreDetails

মাত্ৰ ১টকা দি ঘৰলৈ লৈ যাওক এখন বাইক বা স্কুটী; চাওক, কেনেকৈ পাব এই সুবিধা

উৎসৱৰ সময়ত যদি বাইক বা স্কুটী কিনাৰ কথা ভাৱিছে তেনেহ’লে আপোনাৰ বাবে আছে এটা ভাল খৱৰ। প্ৰকৃততে, ফেডাৰেল বেংকে এনে...

Read moreDetails

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিজন বিদেশী নাগৰিকক আটক

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিজন বিদেশী নাগৰিকক বুধবাৰে গুৱাহাটীত আটক কৰিছে অসম আৰক্ষীয়ে। নথি-পত্ৰ নথকাকৈ ভাৰতত প্ৰৱেশ কৰা লোক কেইজন...

Read moreDetails
Page 3423 of 5271 1 3,422 3,423 3,424 5,271

Stay Connected

Recent News