• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দক্ষিণ কোৰিয়াৰ বিষয়াক হত্যা কৰি জ্বলাই দিলে কিম জং উনৰ উত্তৰ কোৰিয়াই!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 24, 2020 1:16 pm

1 min read

Kim jung un

কিম জং উন। ফটো সৌজন্য: Bloomberg

788
VIEWS
Share on FacebookShare on Twitter

একনায়কত্ববাদী নেতা কিম জং উন শাসনাধীন উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ এগৰাকী বিষয়াক গুলী কৰি হত্যা কৰাৰ পাছত জ্বলাই দিয়াৰ অভিযোগ উঠিছে।

বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে এই তথ্য সদৰী কৰিছে।

দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে লগতে এই ঘটনাৰ সৈতে জড়িতসকলক শাস্তিৰ দাবীও উত্থাপন কৰিছে।

বাতৰি অনুসৰি, সীমান্তৰ সমীপৰ এখন টহলদাৰী নাওৰ পৰা বিষয়াগৰাকী নিৰুদ্দেশ হৈছিল। পাছত তেওঁক উত্তৰ কোৰিয়াৰ জল সীমাত উদ্ধাৰ কৰা হয়।

উত্তৰ কোৰিয়াৰ সেনাই তেওঁক গুলীয়াই নিহত কৰাৰ পাছত তেওঁৰ মৃতদেহত তেল ঢালি জ্বলাই দিয়ে। এনে হত্যাকাণ্ডক অত্যন্ত নিৰ্মম কাণ্ড বুলি গৰিহনা দিছে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে।

এই ঘটনাৰ বাবে উত্তৰ কোৰিয়াই দায়িত্ব স্বীকাৰ কৰিব লাগিব বুলি উল্লেখ কৰি এক বিবৃতিত দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কঠোৰ সকীয়নি প্ৰদান কৰে।

আনহাতে, দক্ষিণ কোৰিয়াৰ এনে অভিযোগৰ বিপৰীতে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই উত্তৰ কোৰিয়াই।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd