DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰী ক’ৰ’নাত আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2020 1:49 pm
সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰী ক’ৰ’নাত আক্ৰান্ত
296
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাত আক্ৰান্ত হৈছে টেলিভিশ্যন জগতৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰী। সংবাদ মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে অভিনেত্ৰী গৰাকীয়ে।

তেওঁ সংবাদ মাধ্যমক জানিবলৈ দি কয় যে মোৰ ক’ৰ’না ৰিপ’ৰ্ট পজিটিভ আহিছে, আৰু মই এতিয়া কোৱাৰেণ্টাইনত আছো।

তেওঁ লগতে এই সময় বৰ কঠিন আৰু সাৱধানতা অৱলম্বন কৰি চিকিৎসা গ্ৰহণ কৰাটোৱে শ্ৰেয় বুলি মন্তব্য কৰে।

টিভি শ্ব’ মেৰে ‘ডেড কি ডুলহন’ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা স্বেতা তিৱাৰীয়ে জানিবলৈ দি কয় যে কিছুদিনৰ পৰা তেওঁৰ দেহত ক’ৰ’নাৰ লক্ষণ দেখা দিছিল।

১৬ ছেপ্তেম্বৰত শাৰিৰীক অৱস্থা বেছি বেয়া হোৱাত শ্বুটিং এৰি ক’ৰ’নাৰ টেষ্ট কৰে।

জানিব পৰা মতে অভিনেত্ৰী গৰাকীয়ে অহা ১ অক্টোবৰলৈকে নিজকে কোৱাৰেণ্টাইনত ৰাখিব। বৰ্তমান অভিনেত্ৰী শ্বেতাই দিন ৰাতি গৰম পানী সেৱন কৰি থকা বুলিও উল্লেখ কৰে।

উল্লেখ্য যে জনপ্ৰিয় টিভি শ্ব’ বিগ বছৰ ছিজন ৪ৰ বিজয়ী আছিল শ্বেতা তিৱাৰী।

Recent News

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd