শীর্ষ সংবাদ

হাতত মৰণাস্ত্ৰ লৈ বিপ্লৱৰ আহ্বান এইগৰাকী সৌন্দৰ্য সম্ৰাজ্ঞীৰ, দিলে চে’ গুৱেভাৰাৰ উদ্ধৃতি, ক’ত?

এগৰাকী সৌন্দৰ্যৰ সম্ৰাজ্ঞীৰ হাতত কোনোধৰণৰ ফুল বা অন্যান্য বিলাসী প্ৰসাধনৰ সামগ্ৰীৰ বিপৰীতে দেখা পোৱা গৈছে অত্যাধুনিক মৰণাস্ত্ৰ। হয়, দেশৰ দুৰ্দিনত...

Read moreDetails

ক’ৰ’নাৰ শৃংখল ভাঙিবলৈ দেশত কমেও ৬ৰ পৰা ৮ সপ্তাহৰ লকডাউন বিচাৰিলে কোনে?

দেশত কোভি়ডৰ সংক্রমণে কালান্তক ৰূপ ধাৰণ কৰিছে। নিতৌ লাখ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে হাজাৰ হাজাৰ লোকে এই মাৰক...

Read moreDetails

কৰ’নাৰ সংহাৰ! গুৰুগ্ৰামত অসমীয়া যুৱক অংশুমান ভূঞাৰ কোভিড-১৯ত মৃত্যু

গোটেই দেশতে এতিয়া কৰ’নাৰ ভয়াবহ সংক্ৰমণৰ বিভীষিকাই ছানি ধৰিছে। ইয়াৰ ফলত দৈনিক প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে। ইতিমধ্যে দিল্লীত বহুকেইজন...

Read moreDetails

মহামাৰিৰ বাবে ১৬৬ কোটিৰো অধিক আৰ্থিক লোকচানৰ সম্মুখিন ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ড

কৰোণা মহামাৰিৰ বাবে বৃহৎ আৰ্থিক লোকচানৰ সম্মুখিন হৈছে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ড। ব'ৰ্ডে প্ৰকাশ কৰা তথ্যানুসৰি, ২০২০ চনত এই...

Read moreDetails

নিজৰ মৃ্ত্যুৰ উৰাবাতৰি নহয়, আন এটা কাৰণতহে জীৱনত প্ৰথম ভয় খালে ‘শক্তিমান’ মুকেশ খান্নাই!

বুধবাৰে ৰাতি 'শক্তিমান' মুকেশ খান্নাই জনালে যে জীৱনত তেওঁ প্ৰথমবাৰৰ বাবে ভয় খালে। সামাজিক মাধ্যমযোগে তেওঁ জনালে যে কৰোণা যুদ্ধত...

Read moreDetails

ষ্টেট বেংক ৰাছমেকত কথা সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ

ভাৰতীয় ষ্টেট বেংক যোৰহাটৰ ৰাছমেকত কথা সাহিত্যিক-সাংবাদিক , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,  সাহিত্য একাডেমি বঁটাকে ধৰি অলেখ বঁটা প্ৰাপক...

Read moreDetails

আজিৰ পৰা টীয়কত আৰম্ভ কৰা হৈছে ১৮+ ভেকচিন প্ৰদান

ক’ভিডৰ ভয়াবহতা ৰোধৰ বাবে চৰকাৰে যোৱা ১ মে'ৰ পৰা ১৮ৰ পৰা ৪৪ বছৰৰ ভিতৰত ব্যক্তিসকলক ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছিল।...

Read moreDetails

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে গোলাঘাটত অতিৰিক্ত নিষেধাজ্ঞা জাৰি

গোলাঘাটত ক'ভিড -১৯ লৈছে সংহাৰী ৰূপ। এইপৰ্যন্ত দুই সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১৫ জনকৈ লোকে মৃত্যুক সাৱটি লৈছে। এনে...

Read moreDetails

সুখবৰ! ক’ভিড ভেকচিন লাভ কৰাৰ পাছতে এইসমূহ ৰাজ্যত কমি আহিছে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা

ভাৰতত কৰোণা ভেকচিনৰ সুফল লাভ কৰা গৈছে নে? এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰি অনুযায়ী, দক্ষিণ আৰু পশ্চিম ভাৰতৰ দুখন চহৰৰ শেহতীয়া...

Read moreDetails

দেশত পুনৰ দৈনিক কৰ’না আক্ৰান্তৰ হাৰ বৃদ্ধি; মৃত্যুৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি

বিগত কেইদিনমান ধৰি কৰ’না সংক্ৰমণৰ হাৰ নিম্নগামী হৈছিল যদিও বৃহস্পতিবাৰে সংক্ৰমণৰ সংখ্যা পুনৰ বৃদ্ধিৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা ২৪...

Read moreDetails
Page 3437 of 6009 1 … 3,436 3,437 3,438 … 6,009

Stay Connected

Recent News