শীর্ষ সংবাদ

৪০০লোকৰ সন্মুখত ৰাজহুৱা স্থানত মহিলা-যুৱকক মুকলিকৈ নগ্ন কৰি স্নান কৰালে খাপ পঞ্চায়তে

মানৱতাৰ অন্তিম সীমাও যেন লংঘন কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে একাংশ খাপ পঞ্চায়ত নামৰ তথাকথিত ন্যায় প্ৰদানকাৰী গাঁৱৰ বিচাৰ ব্যৱস্থাই। ৰাজস্থানৰ...

Read moreDetails

অসমত ৩০৫৪ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.২৫%

৩০৫৪গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ যোৱা দুদিনতকৈ কিছু হ্ৰাস পাই ৬.২৫ শতাংশ হৈছে।...

Read moreDetails

অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৩০লৈ বৃদ্ধি

আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৩০লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ডিব্ৰুগড়ৰ...

Read moreDetails

কোভিড প’জিটিভ অগপৰ জেষ্ঠ নেতা বৃন্দাবন গোস্বামী

অসমত ক’ৰ’না ভাইৰাছৰ দ্বাৰা এজনৰ পাছত আনজন জনপ্ৰতিনিধি সংক্ৰমিত হ’বলৈ ধৰিছে। প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পাছত তেজপুৰৰ অগপৰ জেষ্ঠ...

Read moreDetails

যৌন সম্পৰ্কৰ সময়ত চুম্বন বন্ধ, মাস্ক পৰিধান কৰক : কানাডাৰ জেষ্ঠ চিকিৎসকৰ পৰামৰ্শ

কোভিড-১৯ৰ সংক্ৰমণৰ সময়ত সুৰক্ষিত যৌন সম্পৰ্ক স্থাপন সন্দৰ্ভত বিশেষ মন্তব্য আগবঢ়াইছে কানাডাৰ জনসম্পৰ্কৰক্ষী স্বাস্থ্য বিষয়া ডা০ থেৰেছা তামে। ''যৌন সম্পৰ্ক...

Read moreDetails

অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ক ২০২০ বিধান সভাত পাছ

অসম বিধান সভাই বৃহস্পতিবাৰে অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ক ২০২০ পাছ কৰিছে। দৰং জিলাৰ মঙলদৈত এই দক্ষতা বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব।...

Read moreDetails

কৃষক মুক্তিৰ পৃথক ৰাজনৈতিক দল; কি হ’ব ৭০ জাতীয় সংগঠনৰ ৰাজনৈতিক ভৱিষ্যত?

সমাগত ২০২১ ৰ বিধানসভাৰ নিৰ্বাচন। বিজেপি- কংগ্ৰেছৰ বিকল্প শক্তি হিচাপে এতিয়া আঞ্চলিকতাবাদৰ পোষকতা কৰি এচাম সংগঠন আগবাঢ়িছে ৰাজনৈতিক দল গঠনৰ...

Read moreDetails

৩৫০খন যুদ্ধ জাহাজ আৰু ছাবমেৰিণৰ সৈতে চীন বিশ্বৰ সৰ্ববৃহৎ নৌ বাহিনী; আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিবেদনত প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে চীন বৰ্তমান সময়ত বিশ্বৰ ভিতৰত বৃহৎ নৌবাহিনী বুলি মন্তব্য কৰে। ৩৫০ খন যুদ্ধ জাহাজ আৰু ছাবমেৰিণৰ...

Read moreDetails

দাতাকৰ্ণ মোডী: নিজৰ জমা ধনৰ পৰা দান কৰিলে ১০৩ কোটি টকা

এক লাখ, দুই লাখ নহয়, নিজৰ সঞ্চিত ধনৰ পৰা ১০৩ কোটি টকা দান কৰি এতিয়া দাতাকৰ্ণত পৰিণত হৈছে দেশৰ প্ৰধানমন্ত্ৰী...

Read moreDetails

লাডাখত সীমান্তত উত্তেজনা; অৰুণাচল প্ৰদেশতো হাই এলাৰ্ট

ভাৰত আৰু চীনৰ মাজত লাডাখত তীব্ৰ উত্তেজনাময় পৰিস্থিতি চলি থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে আই টি বি পি আৰু এছ...

Read moreDetails
Page 3488 of 5270 1 3,487 3,488 3,489 5,270

Stay Connected

Recent News