শীর্ষ সংবাদ

মহানগৰীত বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোকৰ হাস্পাতলত মৃত্যু

মহানগৰীত যোৱা শনিবাৰে বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা এজন লোকৰ চিকিৎসালয়ত আজি মৃত্যু হৈছে। বন গাহৰিৰ আক্ৰমণত মৃত্যু হোৱা...

Read moreDetails

বিকল্পহীন কংগ্ৰেছ: নেতা বিচাৰি নাপাই পুনৰ ছোনিয়াকে দায়িত্ব অন্তৰ্ৱতীকালীন সভাপতিৰ

পৰিয়ালতন্ত্ৰকে খামুচি থকা দেশৰ প্ৰাচীনতম ৰাজনৈতিক দল কংগ্ৰেছত এতিয়া নেতাৰ অভাৱ। সভাপতিৰ দায়িত্ব অৰ্পন কৰিব পৰাকৈ নেতা বিচাৰি নাপাই অৱশেষত...

Read moreDetails

প্ৰথমবাৰৰ বাবে দেশত এদিনত ১হাজাৰতকৈ অধিক মৃত্যু; মুঠ কৰ’না আক্ৰান্ত ২২লাখ অতিক্ৰম

দেশত কৰ’নাৰ সংহাৰ দ্ৰুতভাৱে বৃদ্ধি পাবলৈ লৈছে। যোৱা ২৪ ঘন্টাত পুনৰ ৬২হাজাৰতকৈয়ো অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। দেশত একেৰাহে চতুৰ্থদিনাও...

Read moreDetails

ব্ৰিটেইনত নিলাম হ’ব জাতিৰ পিতাৰ স্বৰ্ণ খচিত চছমা

চছমা আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে। জাতিৰ পিতাৰ ছবি খন মনলৈ আহিলেই তেওঁৰ চছমা...

Read moreDetails

বলীউদৰ নতুন গুঞ্জন! হঠাতে চৰ্চাৰ মাজলৈ ভিকি-কেটৰিনা যুগলবন্দী

বলীউদত বিগত বহু দিনৰ পৰাই ভিকি কৌশল আৰু কেটৰিনা কাইফক লৈ মুখৰোচক কাহিনী চলি আছিল। গুপুতে গুপুতে হেনো দুয়ো প্ৰেমত...

Read moreDetails

কোভিড ৰোগীৰ বাবে প্লাজমা দান কৰিব মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীক নৱজীৱন দান কৰিবলৈ আগুৱাই আহিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। দেশত প্লাজমা থেৰাপিৰ জৰিয়তে বহু...

Read moreDetails

ভাৰতলৈ কি বাৰ্তা নেপালৰ? ৰাম মন্দিৰ নিৰ্মাণ কৰিব নেপালৰ প্ৰধান মন্ত্ৰী কমিউনিষ্ট অ’লিয়ে!

ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতিক লৈ চিন্তিত নহয় নেপাল! আপাতত: দেশখনৰ শেহতীয়া স্থিতিক লৈ তেনেকুৱাই দেখা গৈছে। নেপালৰ প্ৰধান মন্ত্ৰী...

Read moreDetails

ছ’চিয়েল মিডিয়াত প্ৰভু ৰামক লৈ অপমানসূচক মন্তব্য কৰা অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে গোচৰ

যিটো সময়ত অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসক লৈ দেশৰ হিন্দুধৰ্মী লোক সকল আনন্দিত হৈ আছে সেই সময়তে শিলচৰত থকা অসম বিশ্ব...

Read moreDetails

অসমৰ বানাক্ৰান্তৰ বাবে নয়ডাত ‘মেডিচিন বেংক’ স্থাপন

বানে জুৰুলা কৰা অসমৰ বাবে এটা সুখবৰ আহিছে সুদূৰ নয়ডাৰ পৰা। নয়ডাত অসমৰ বানাক্ৰান্তৰ বাবে স্থাপন কৰা হৈছে এটা দৰৱৰ...

Read moreDetails

মুছলমান যুৱকে সাজি আছে ৰাম মন্দিৰৰ ২১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টা

অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম তৰিৎ গতিত আৰম্ভ হৈ গৈছে। মন্দিৰটোত স্থাপন কৰিবলগীয়া ঘণ্টাৰ শব্দ শুনা  যাব ১৫ কিলোমিটাৰ দূৰৰ...

Read moreDetails
Page 3583 of 5274 1 3,582 3,583 3,584 5,274

Stay Connected

Recent News