• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতলৈ কি বাৰ্তা নেপালৰ? ৰাম মন্দিৰ নিৰ্মাণ কৰিব নেপালৰ প্ৰধান মন্ত্ৰী কমিউনিষ্ট অ’লিয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2020 9:00 am
kp-sharma-oli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতিক লৈ চিন্তিত নহয় নেপাল! আপাতত: দেশখনৰ শেহতীয়া স্থিতিক লৈ তেনেকুৱাই দেখা গৈছে।

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে ভাৰতৰ অযোধ্যাত হিন্দুসকলৰ আৰাধ্য প্ৰভু ৰামৰ জন্ম অযোধ্যাত নহয় বুলি কৈছে।

Apply Now

তেওঁৰ ৰামৰ জন্ম নেপালৰ চিতৱানৰ মাদিৰ অন্তৰ্গত অযোধ্যাপুৰীত বুলিহে দাবী কৰিছে। সেয়াই নহয়, তেওঁ তাত এটা ৰাম মন্দিৰ নিৰ্মাণৰ কথাও কৈছে।

প্ৰধান মন্ত্ৰী গৰাকীয়ে নেপালৰ জনতাক অযোধ্যাপুৰীত যে ৰামৰ জন্ম হৈছিল তাক প্ৰচাৰ কৰাৰো আহ্বান জনাইছে।

বাতৰি অনুসৰি, শনিবাৰে মাদি পৌৰসভাৰ মেয়ৰৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলৰ সৈতে প্ৰধান মন্ত্ৰী অ’লিয়ে এক দীঘলীয়া বৈঠকত ভাগ লয়।

সূত্ৰ অনুসৰি, প্ৰধান মন্ত্ৰী অ’লিয়ে কয় যে ভাৰতৰ উত্তৰ প্ৰদেশত নহয়, নেপালৰ অযোধ্যাপুৰীতহে ৰামৰ জন্ম। আমাৰ হাতত থকা প্ৰমানসমূহৰ পৰা ক’ব পাৰি যে নেপালৰ অযোধ্যাপুৰীতে ৰামৰ জন্ম হৈছিল।

বাতৰি অনুসৰি, মাদি পৌৰসভাৰ এগৰাকী ৱাৰ্ড অধ্যক্ষয়ো প্ৰধান মন্ত্ৰীৰ কথাক সমৰ্থন কৰি কয় যে অযোধ্যাপুৰীৰ পাৰসাৰ থৰি অঞ্চলত থকা বাল্মিকী আশ্ৰমতে ৰামৰ জন্ম হৈছিল।

ইয়াৰ পাছতে প্ৰধান মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধি দলটোক অযোধ্যাপুৰীৰ চৌপাশৰ অঞ্চল সংৰক্ষণৰ বাবে নিৰ্দেশ দিয়াৰ লগতে আৰু অধিক তথ্য সংগ্ৰহৰ বাবে খনন কাৰ্য চলাবলৈয়ো কৈছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে অযোধ্যাপুৰীক ঐতিহাসিক তথা ধৰ্মীয় তীৰ্থস্থান হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ভূমি প্ৰদান কৰিব বুলি জানিব দি লগতে ৰাম, লক্ষ্মণ আৰু সীতাৰ মূৰ্তি স্থাপনৰ নিৰ্দেশ দিছে।

শেহতীয়াভাৱে ভাৰতৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰাৰ পাছতে নেপালৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে বিষয়টোক লৈ আৰু অধিক তৎপৰতা প্ৰদৰ্শন কৰিছে।

কূটনৈতিক মহলৰ মতে চীনৰ উচটনিতে নেপালে ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণে চাপ সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু হঠাতে ভগৱান ৰামক লৈ আৰম্ভ কৰা এই বিতৰ্কিত কছৰৎ তাৰেই এক অংশ।

বহুতেই ক’ব খোজে যে কমিউনিষ্ট চীনৰ প্ৰৰোচনাতে নেপালৰ প্ৰধান মন্ত্ৰী কমিউনিষ্ট কে পি শৰ্মা অ’লিয়ে ৰাম মূৰ্তি নিৰ্মাণৰ দৰে প্ৰসংগ টানি আনিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd