ধৰ্ষণৰ বিৰুদ্ধে বৰপেটাত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ
ৰাজ্যখনত শেহতীয়াকৈ বৃদ্ধি পোৱা ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ডৰ প্ৰতিবাদত, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তন আৰু নাৰীৰ সুৰক্ষা প্ৰদানৰ দাবীত আজি...
Read moreৰাজ্যখনত শেহতীয়াকৈ বৃদ্ধি পোৱা ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ডৰ প্ৰতিবাদত, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তন আৰু নাৰীৰ সুৰক্ষা প্ৰদানৰ দাবীত আজি...
Read moreধুবুৰীৰ ঐতিহ্যমণ্ডিত চিলাৰায় মহাবিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি এগৰাকী ছাত্ৰ বহিষ্কাৰ হ’ব লগা হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে...
Read moreউচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি এন এইচ পি চিয়ে গোপনে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰাৰ বিৰুদ্ধে...
Read moreঅহা জুলাইত বিটিএডিৰ সদৰ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া তৃতীয় নৰ্থ ইষ্ট কিক বক্সিং চেম্পিয়নশ্বিপক লৈ ব্যাপক প্ৰস্তুতি চলিছে৷ উল্লেখযোগ্য যে কোকৰাঝাৰ...
Read moreমেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তেওঁৰ কেবিনেট সতীৰ্থ আৰু মুখ্য সচিব, দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ...
Read moreঅহা ৭ আৰু ৮ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হ’ব এক্সপ্ল’ৰ য়ুথ ফেয়াৰ ২০১৮। ইণ্ডিয়া ট্যুৰিজ্যিম, উত্তৰ- পূবৰ উদ্যোগত...
Read moreশুকুৰবাৰে ছিকিমৰ নিৰ্মীয়মান পাকয়ং বিমানবন্দৰ ভ্ৰমণ কৰে কেন্দ্ৰীয় বিমান পৰিবহন বিভাগৰ সচিব ৰাজীৱ নাৰায়ণ চৌবেই। তেওঁ এই ভ্ৰমণৰ সময়ছোৱাত বিমানবন্দৰটোত...
Read moreকেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে দিল্লী আৰক্ষীক মেঘালয়ৰ ৰি ভই জিলাৰ ২৬ বছৰীয়া যুৱতী ৱানডালিন কঙোৰ হত্যাৰ বিতং তদন্ত কৰি অপৰাধীক...
Read moreশুকুৰবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহা-বৰষুণৰ ফলত ব্যাপক ক্ষয়- ক্ষতি হয় বৰাক উপত্যকাৰ অন্যতম চহৰ শিলচৰত। উক্ত দিনা সন্ধিয়া প্ৰায়...
Read moreভাৰতীয় দণ্ড বিধিৰ ৩৪১/২৯৪/৩২৩/৩০৭/৩৮৪/৫০৬ নং জামিনবিহীন ধাৰাত ১১৪/১৮ নং গোচৰ ৰুজু কৰাৰ পিছতো সাংবাদিকক হত্যাৰ চেষ্টা কৰি গুৰুতৰ ভাৱে আহত...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd