• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইণ্ডো-আমেৰিকান মূলৰ মেধা ৰাজক জ’ বিডেনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ডিজিটেল চীফ নিযুক্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 30, 2020 8:14 pm

1 min read

ইণ্ডো-আমেৰিকান মূলৰ মেধা ৰাজক জ’ বিডেনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ডিজিটেল চীফ নিযুক্ত

বিডেন আৰু মেধা ৰাজ, উৎস-ইণ্টাৰনেট

242
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জ’ বিডেনৰ নিৰ্বাচনী প্ৰচাৰৰ ডিজিটেল টীমৰ চীফ হিচাপে নিযুক্ত কৰা হৈছে ইণ্ডো-আমেৰিকান মূলৰ মেধা ৰাজক ।

ইয়াৰ পূৰ্বে মেধা ৰাজে পেটে বুট্টিজিয়াগৰ হৈ প্ৰচাৰ চলাই আছিল। বুট্টিজিয়াগে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বিডেনৰ হাতত নিজ দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব হেৰুৱাইছিল।

মেধা ৰাজে জৰ্জটাউন বিশ্ববিদ্যালয় আৰু ষ্টেণ্ডফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ণ সম্পুৰ্ণ কৰিছিল।

পূৰ্বে মেধা ৰাজে ল’জ এঞ্জেলজৰ মেয়ৰ ইৰিক গাৰচেট্টিৰ সৈতেও কাম কৰিছিল।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বি হিচাপে অৱতীৰ্ণ হ’ব জ’ বিডেন।

জ’ বিডেনে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰসংগৰে ড’নাল্ড ট্ৰাম্পক আক্ৰমণৰ লক্ষ্য হিচাপে বান্ধি লৈছে।

বিডেনে ৰাষ্ট্ৰপতি ট্ৰাম্পে ক’ৰ’নাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব বুলিও অভিযোগ কৰিছিল।

আনহাতে, ট্ৰাম্পে বিডেনৰ অভিযোগ খণ্ডন কৰি সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি উত্তৰ দিছিল।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd