• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকৰ আৱাস আঁচনি মুকলি, নগাঁৱৰ আমলখি বাগানত মুখ্য মন্ত্ৰী সোণোৱাল

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
June 30, 2020 9:10 pm
CM Sonowal laid the foundation stone for construction of 1903 houses for the workers in 15 Assam Tea Corporation Ltd owned gardens at Amluckie Tea Estate

আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ দলটোৱে কেৱল ক্ষমতা দখলৰ ৰাজনীতি কৰাৰ বাহিৰে একো নকৰিলে। কংগ্ৰেছে বহু পিছপৰা দৰিদ্ৰ জনসাধাৰণৰ আধুনিক ধ্যান-ধাৰণাৰে উন্নয়নৰ যাত্ৰাত তেওঁলোকক অংশীদাৰ কৰাব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক।

নগাঁৱৰ আমলখি চাহ বাগানত চাহ শ্ৰমিকৰ আৱাসৰ আঁচনি মুকলি কৰি মঙলবাৰে এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Apply Now

কলিয়াবৰৰ আমলখি চাহ বাগিচাত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ অনুদানেৰে অসম চাহ নিগমৰ ১৫খন বাগিচাৰ শ্ৰমিকসকলৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছে।

শ্ৰমিকসকলৰ বাবে আগবঢ়োৱা ১৯০৩টা বাসগৃহ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক উদ্দেশ্যি কয় যে এতিয়া আমাৰ চৰকাৰে ৩ কোটি ২০ লক্ষ লোকৰ আত্মনিৰ্ভৰশীল কৰাৰ মানসিকতাৰে এইখন চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁ লগতে কয় যে প্ৰধান মন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ অভিযানৰ যোগেদি ২০ লক্ষ কোটি টকা ঘোষণা কৰিছে।

তেওঁ চাহ নিগমৰ পৰি থকা মাটিত কাম কৰি অধিক উৎপাদন বৃদ্ধি কৰিবলৈ সংশ্লিষ্ট পক্ষক আহ্বান জনায়।

অসম চাহ নিগম উদ্যোগটো এক সফল উদ্যোগ বুলি অভিহিত কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে উদ্যোগটো জীয়াই ৰাখি অসম চৰকাৰৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াত অধিক সফল হ’ব লাগিব।

অনুষ্ঠানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই তেওঁৰ ভাষণত নিগমৰ বাগিচাই এই চৰকাৰৰ দিনত এক নতুন জীৱন পালে বুলি মন্তব্য কৰে।

কৃষি মন্ত্ৰী অতুল বৰাই নিগমৰ বাগিচাত চাহৰ বাদেও আন উপাৰ্জনমুখী খেতি কৰাৰ পৰামৰ্শ আগবঢ়ায়।

আনহাতে সাংসদ পল্লৱ লোচন দাসে কংগ্ৰেছৰ দিনত নিগমত বহুত পইচা সিঁচিলে বুলি মন্তব্য কৰি কয় যে পইচা সিঁচাকে উন্নয়ন বুলি নুবুজায়।

অনুষ্ঠানটোত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, সঞ্জয় কিষান, সাংসদ কামাখ্যা প্ৰসাদ তাছা, পল্লৱ লোচন দাস, আয়ুক্ত সচিব জে বি এক্কা, বিধায়ক ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় বৰাকে ধৰি বহু কেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd