শীর্ষ সংবাদ

ক্ৰিকেটক বিদায় জনালে ঘৰুৱা ক্ৰিকেটৰ তাৰকা ৰজত ভাটিয়াই

ভাৰতৰ ঘৰুৱা ক্রিকেটৰ আগশাৰীৰ অলৰাউণ্ডাৰ ৰজত ভাটিয়াই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ভাটিয়াই অন্তিমবাৰৰ বাবে উত্তৰাখণ্ডৰ হৈ ২০১৮-১৯...

Read moreDetails

উচ্চতম ন্যায়ালয়ত আবেদন আইজীৱীৰ : সংবিধানৰ পৰা বাদ পৰিব নেকি ‘সমাজবাদ’ আৰু ‘ধৰ্মনিৰপেক্ষতা’!

ভাৰতৰ ঐতিহ্যৰ পৰিপন্থী বামপন্থী ভাৱধাৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ সংবিধানত সন্নিৱিষ্ট কৰা বুলি দাবী কৰি দুটা শব্দক মুচি পোলাৱাৰ বাবে সৰ্বোচ্চ...

Read moreDetails

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত বিশ্ব বাঘ দিৱসৰ কাৰ্যসুচী সম্পন্ন

সমগ্ৰ বিশ্বৰ লগতে ২৯ জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো বিশ্ব বাঘ দিৱস উদযাপন কৰা হয়৷ কোভিড ১৯ সংক্ৰমনৰ মাজতে অনুষ্টুপীয়াকৈ...

Read moreDetails

ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল যুদ্ধ বিমানৰ সৈতে কেনেকৈ, কি সূত্ৰে জড়িত অসমৰ প্ৰতিভাৱান যুৱক সৌৰভ?

ফ্ৰান্সৰ পৰা কালি আহি হাৰিয়ানাৰ আম্বালাত অৱতৰণ কৰিছে ৰাফেলৰ পাঁচখন যুদ্ধ বিমান। এই ৰাফেল যুদ্ধ বিমানৰ সৈতে নাম জড়িত হৈ...

Read moreDetails

বিশ্ববাসীৰ অপেক্ষাৰ অন্ত পৰিব! : আৰু মাত্ৰ দুপ্তাহৰ ভিতৰতে বজাৰলৈ আহিব ক’ৰ’নাৰ ভেকচিন!

বিগত ৮ মাহে ক’ৰ’নাতংকত সন্ত্ৰস্ত হৈ আছে সমগ্ৰ বিশ্ব। বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানী আৰু গৱেষকসকলে ক’ৰ’নাৰ প্ৰতিষেধক প্ৰস্তুতৰ বাবে...

Read moreDetails

অনুৰাগীক হতাশ কৰি মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে ক’লে, ‘সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইক দিয়া নহয়’

বুলিউদৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত চিবিআইক অৰ্পণ কৰা নহয়। এই কথা স্পষ্টৰূপে ঘোষণা কৰিছে মহাৰাষ্ট্ৰ...

Read moreDetails

বাস্তৱতো ‘থ্রী ইডিয়টছ’ৰ পুনৰাবৃত্তি! : প্ৰসূতিক ভিডিঅ’ কলযোগে সন্তান প্ৰসৱ কৰোৱালে মহিলা চিকিৎসকে

আমিৰ খান আৰু কৰীণা কাপুৰৰ অভিনীত বলিউদৰ জনপ্ৰিয় হিন্দী ছবি ‘থ্ৰী ইডিয়টছ’ৰ এটা দৃশ্য বাস্তৱতো পুনৰাবৃত্তি ঘটিছে। এগৰাকী প্ৰসূতিক ভিডিঅ’...

Read moreDetails

মাৰ্ঘেৰিটাত বুঢ়ীদিহিঙৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

মাৰ্ঘেৰিটা সমষ্টিৰ লংগাঁও গৰাখহনীয়া স্থলিত গৰাখহনীয়া সমস্যা ৰোধ কৰাৰ দাবীত বিভিন্ন দল সংগঠনৰ মানৱ শৃংখলেৰে কালি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা...

Read moreDetails

সবল ৰাজনৈতিক সদিচ্ছাৰে শিশু সৰবৰাহৰ যন্ত্ৰণাৰ অৱসান ঘটাওক

মানৱ বিশেষকৈ শিশু সৰবৰাহ ভাৰতৰ সমাজ-অৰ্থনৈতিক আধাৰটোত ইমান গভীৰভাৱে প্ৰোথিত হৈ আছে যে ক’ভিড-১৯ৰ বিশ্বৰ ভিতৰতে কঠোৰতম দেশজোৰা লকডাউনৰ সময়তো...

Read moreDetails

ক’ভিড-১৯: অসমত নতুন আক্ৰান্ত ১৩৪৮, আৰোগ্য ১২১৪

১৩৪৮গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। বিপৰীতে ১২১৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ বুধবাৰে চিকিৎসালয়ৰ পৰা মুক্তি পাইছে।...

Read moreDetails
Page 3624 of 5278 1 3,623 3,624 3,625 5,278

Stay Connected

Recent News