• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত বিশ্ব বাঘ দিৱসৰ কাৰ্যসুচী সম্পন্ন

উত্তম শইকীয়া by উত্তম শইকীয়া
July 30, 2020 10:15 am
index.jpgs
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ২৯ জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো বিশ্ব বাঘ দিৱস উদযাপন কৰা হয়৷

কোভিড ১৯ সংক্ৰমনৰ মাজতে অনুষ্টুপীয়াকৈ আয়োজিত এই দিৱসৰ কাৰ্যসুচীত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে অংশ গ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত থকা পৰমানন্দ লাহন স্মাৰক প্ৰেক্ষাগৃহত বিয়লি আয়োজিত বিশ্ব বাঘ দিৱসৰ কাৰ্যসুচীত অংশগ্ৰহণ কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ব্ৰহ্মপুত্ৰ উপত্যকাত বাঘৰ বিৱৰ্তনৰ ওপৰত আলোকপাত কৰি বাঘ সংৰক্ষণৰ বাবে সকলোকে আহ্বান জনায়৷

Apply Now

অনুষ্ঠানত বনমন্ত্ৰী গৰাকীৰ উপৰিও বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা মুখ্য বনবল এ এম সিং , প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী ) এম কে যাদৱ, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এছ পি বৈশিষ্ট, কাজিৰঙাৰ সঞ্চালক পি শিৱকুমা, মুখ্য বন সংৰক্ষক শৈতেন্দ্ৰ সিং, বন সংৰক্ষক ক্ৰমে যতীন শৰ্মা, নাৰায়ণ মহন্ত আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য কুমাৰ চলিহা উপস্থিত থাকে৷

অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমা গগৈয়ে সকলোকে কাজিৰঙাৰ বিশ্ব বাঘ দিৱসৰ কাৰ্যসুচীলৈ আদৰণী জনোৱাৰ পাচতেই সঞ্চালক পি শিৱকুমাৰে বিশ্ব বাঘ দিৱসৰ তাৎপৰ্য দাঙি ধৰে৷

অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি আৱাস আৰু বাঘৰ ভৱিষ্যতক লৈ এই সচিত্ৰ উপস্থাপন কৰে৷

এই অনুষ্ঠানতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই শেষতীয়া বানত কাজিৰঙাৰ হাতীখুলি চাহ বাগিছাত গঁড়ৰ আক্ৰমণত আহত হোৱা প্ৰাগ নিউজৰ কেমেৰা পাৰ্চন ভাস্কৰ জ্যোতি ৰাজখোৱাৰ চিকিৎসাৰ বাবে ৫০ হেজাৰ টকাৰ চেক আৰু হাতীৰ আক্ৰমণত নিহত হোৱা লখৌজানৰ ললিত দত্তৰ পৰিয়ালক এককালীল আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে৷

নগাঁও বন সংমণ্ডলৰ বন কৰ্মীৰ মাজত এমষ্ট্ৰীপ পদ্ধতিৰে বাঘ আৰু ইয়াৰ আৱাস নিৰীক্ষণৰ বাবে বনকৰ্মীৰ মাজত উচ্চ প্ৰযুক্তিৰ ম’বাইল বিতৰণ কৰাৰ লগতে শেহতীয়া বানপানীত কাজিৰঙাৰ এনিমেল কৰিড’ৰবোৰত যানবাহনৰ গতি নিয়ন্ত্ৰণ কৰি বন্যপ্ৰাণীক ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰাত সহায় কৰা বিভিন্ন অনুষ্ঠান আৰু মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱকসকলক কাজিৰঙাৰ হৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰে৷

বান পানীত ঢেকীয়াপতীয়া বাঘে বাসগৃহত আশ্ৰয় লোৱা কুঠৰীৰ বাঘজানৰ প্ৰদীৰ বৰাক বাঘ উদ্ধাৰৰ বাবে বনবিভাগলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়৷

উল্লেখ্য যে বিশ্ব বাঘ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণে প্ৰকাশ কৰি তথ্যত ১০৪ টা ঢেকীয়াপতীয়া বাঘৰ উপস্থিতিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলে দেশৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd