• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্ববাসীৰ অপেক্ষাৰ অন্ত পৰিব! : আৰু মাত্ৰ দুপ্তাহৰ ভিতৰতে বজাৰলৈ আহিব ক’ৰ’নাৰ ভেকচিন!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2020 8:50 am
COVID19-vaccine
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৮ মাহে ক’ৰ’নাতংকত সন্ত্ৰস্ত হৈ আছে সমগ্ৰ বিশ্ব।

বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানী আৰু গৱেষকসকলে ক’ৰ’নাৰ প্ৰতিষেধক প্ৰস্তুতৰ বাবে অহৰহ প্ৰচেষ্টা কৰি আহিলেও এতিয়াও আৱিষ্কাৰ হোৱা নাই ইয়াৰ প্ৰতিষেধক।

Apply Now

অৱশ্যে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে প্ৰস্তুত কৰা কোভিডশ্বীল্ড নামৰ প্ৰতিষেধক বিধ দ্বিতীয় পৰ্যায়ৰ হিউমেন ট্ৰায়েলৰ প্ৰস্তুতি পৰ্ব ইতিমধ্যে ভাৰতত আৰম্ভ হৈছে।

চেৰামৰ মতে অহা নৱেম্বৰত কোভিডশ্বীল্ড ভেকচিনবিধ জনসাধাৰণৰ বাবে মুকলি কৰিব পৰা হ’ব পাৰে।

তেনে সময়তে ৰাছিয়াই দাবী কৰিছে যে অহা দুসপ্তাহৰ ভিতৰত বজাৰত ৰাছিয়াই ক’ৰ’নাৰ ভেকচিন মুকলি কৰিব।

ৰুছ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাছিয়াৰ গামেলিয়া ইনষ্টিটিউটে প্ৰস্তুত কৰা এই কোভিড ভেকচিনটো আগষ্ট মাহৰ দ্বিতীয়টো সপ্তাহতে বিশ্বৰ সাধাৰণ মানুহৰ বাবে বজাৰত মুকলি কৰি দিব।

জানিব পৰা মতে ৰাছিয়ান সেনা আৰু চৰকাৰী গৱেষকসকলে প্ৰস্তুত কৰা এই ভেকচিন বিধ দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল কৰি থকা হৈছে।

অহা ১০ আগষ্টৰ পূৰ্বেই বজাৰত ভেকচিনটো বজাৰত মুকলি কৰিবলৈ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে অনমুতি লাভ কৰিব বুলি জানিব পৰা গৈছে।

অনুমোদন লাভ কৰাৰ পিছতে সৰ্বপ্ৰথমে ক’ৰ’না যোদ্ধা তথা স্বাস্থ্য কৰ্মীৰ ওপৰত ভেকচিনটো প্ৰয়োগ কৰা হ’ব বুলি প্ৰকাশ কৰিছে পুটিন প্ৰশাসনে।

ইফালে ৰাছিয়াই ভেকচিনটোৰ তৃতীয় পৰ্ব ট্ৰায়েলৰ বাবে ৮০০ গৰাকী স্বেচ্ছাসেৱক সাজু কৰি ৰাখিছে। তৃতীয় পৰ্বৰ ট্ৰায়েল অহা ৩ আগষ্টত আৰম্ভ কৰাৰ কথা।

তৃতীয় পৰ্ব ট্ৰায়েলৰ পিছত মাত্ৰ সাত দিনৰ ভিতৰত ভেকচিনবিধ কেনেকৈ ৰাছিয়াই বজাৰত মুকলি কৰিব তাকলৈও প্ৰশ্নও উত্থাপন হৈছে।

আনহাতে ৰাছিয়াই ভেকচিনবিধৰ বিজ্ঞানভিত্তিক পৰীক্ষণৰ ডাটা এতিয়াও প্ৰকাশ কৰা নাই বুলিও একাংশই দাবী কৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd