কোভিড-১৯ত আক্ৰান্ত গৰ্ভৱতী মাতৃৰ গৰ্ভত থকা ভ্ৰুণ এই মাৰাত্মক ৰোগত সংক্ৰমিত হয় নে নহয় তাকে লৈ বিস্বৰ বিজ্ঞানী সকলে সঠিক...
Read moreDetailsডিমা হাচাওৰ মুৰব্বী দেবলাল গাৰ্লোছা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগৰে জ্যেষ্ঠ সাংবাদিক তথা আঞ্চলিক গণ মৰ্চাৰ সমন্বয়ক মনজিত মহন্তই...
Read moreDetailsচীনৰ সৈতে ভাৰতৰ সংঘাতৰ সৃষ্টি হোৱাৰ সময়তে ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৫ খন ৰাফেল বিমানে মঙলবাৰে সংযুক্ত আৰৱ গণ ৰাজ্যৰ...
Read moreDetailsতথ্য জনাৰ অধিকাৰ আইন অৱমাননা কৰাৰ অভিযোগত মংগলবাৰে শিৱসাগৰৰ এগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে আৰ টি আই কৰ্মীয়ে এজাহাৰ দাখিল কৰাৰ...
Read moreDetailsজৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কা বিৰোধী আন্দোলনত অংশগ্ৰহণৰ বাবে বলিউদৰ অভিনেত্ৰী দীপিকা পাডুকনে এগৰাকী পাকিস্তানী এজেন্টৰ পৰা ৫ কোটি টকা লৈছিল।...
Read moreDetailsএতিয়াৰে পৰা দেশত মানৱ সম্পদ উন্নয়ন দপ্তৰ বুলি কোনো বিশেষ দপ্তৰ নাথাকিব। কেন্দ্ৰীয় কেবিনেটে বুধবাৰে গ্ৰহণ কৰা এক ঐতিহাসিক সিদ্ধান্তৰ...
Read moreDetailsএটি পাঁচ বছৰীয়া শিশু। শিশুটিৰ নাম অন্নেষ কুঞ্চালিয়া। এই পাঁচ বছৰীয়া শিশুটিয়েই এক চমৎকাৰী কাম কৰি সকলোৰে বাঃ বাঃ পাবলৈ...
Read moreDetailsআকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বাতৰিত পৰিবেশকৰ ভুল উচ্চাৰণ, ভুল বাক্যৰ গাঠনি, দুৰ্বল উপস্থাপন শৈলীক লৈ আপত্তি তুলিছে বহু...
Read moreDetailsপ্ৰায় ১১ দিনৰ চিকিৎসাৰ পিছত মুকলি আকাশত উৰিল এটা দুস্প্ৰাপ্য হাড়গিলা l আকাশলংঘী ওখ গছৰ টিঙৰ পৰা পৰি দুস্প্ৰাপ্য হাড়গিলাটো...
Read moreDetailsআমেৰিকাত ক’ৰ’ণা ভাইৰাছে সংহাৰৰ সৃষ্টি কৰাৰ সময়ৰে পৰাই মন-মেজাজ ভাল নহ’য় মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ক’ৰ’ণা ভাইৰাছক লৈ ট্ৰাম্পে কয়...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd