সাৱধান হওক; নিজামুদ্দিনকলৈ চ’ছিয়েল মিডিয়াত বিষবাষ্প বিয়পোৱা সাতজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতকলৈ দেশব্যাপী চাঞ্চল্য সৃষ্টি হোৱাৰ সময়তে তবলিগীকলৈ চ’ছিয়েল মিডিয়াৰ যোগে সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কুপ্ৰচেষ্টাৰ কৰাৰ অপৰাধত...
Read more