• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশজুৰি কুৱাৰেণ্টাইন কৰা হৈছে ২২,০০০ জামাত কৰ্মী, সংস্পৰ্শৰ লোকক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2020 8:13 pm
Nizamuddin’s Tablighi Jaamat spread Corona virus in 23 states & UTs: Centre

নিজামুদ্দিনৰ জামাতত অংশ লোৱা লোক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শনিবাৰে প্ৰকাশ কৰা মতে দেশজুৰি ২২,০০০ তাবলিগি জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক কুৱাৰেণ্টাইন কৰা হৈছে।

অসমকে ধৰি দেশৰ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই লোকসকলক কুৱাৰেণ্টাইন কৰা হৈছে।

Apply Now

মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব পুনিয়া চালিলা শ্ৰীবাস্তৱে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে চলোৱা বৃহৎ কণ্টেক্ত ট্ৰেচিঙৰ ফলতে এই কাম সম্ভৱ হৈছে।

“কেন্দ্ৰ আৰু ৰাজ্যসমূহে লোৱা বৃহৎ কাৰ্য্যপন্থাৰ বাবেই দেশজুৰি ২২,০০০ জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোক বৰ্তমান কুৱাৰেণ্টাইনত আছে,” শ্ৰীবাস্তৱে কয়।

ইফালে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়াই সদৰী কৰা মতে ভাৰতৰ ৩০ শতাংশ ক’ভিড-১৯ ঘটনাৰে জামাত সমাৱেশৰ সৈতে সম্পৰ্ক আছে।

“ক’ভিড-১৯ ঘটনা হঠাৎ বৃদ্ধি পোৱাৰ আৰত জামাত সমাৱেশৰ অৰিহনা আছে। দেশজুৰি ১৭খন ৰাজ্যত জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকৰ উপস্থিতি আছে,” স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই কয়।

তেওঁ কয় যে অসম, দিল্লী, তামিল নাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ, কৰ্নাটক, অন্দামান আৰু নিকোবৰ, উত্তৰাখণ্ড, হাৰিয়ানা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, কেৰালা, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ঝাৰখণ্ডত জামাতৰ সমাৱেশে প্ৰভাৱ পেলাইছে।

এই বাতৰি লিখাৰ পৰলৈকে দেশজুৰি ২৯০২টা ক’ভিড-১৯ৰ ঘটনা চিনাক্ত হৈছে।

বৰ্তমান দেশত ২৬৫০গৰাকী সক্ৰিয় ক’ভিড-১৯ ৰোগী আছে। ১৮৩গৰাকীয়ে আৰোগ্য লাভ কৰিছে আৰু ৬৮ গৰাকী লোকৰ মৃত্যু ঘটিছে।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক আক্ৰমণৰ ঘটনা সম্পৰ্কে গৃহ মন্ত্ৰ্যালয় অৱগত হৈছে।

তেওঁ সদৰী কৰে যে এনে আক্ৰমণকাৰীসকলৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কৰ্তৃপক্ষক কঠোৰ ব্যৱস্থা ল’বলৈ গৃ্হ মন্ত্ৰ্যালয়ে নিৰ্দেশ দিছে।

মন্ত্ৰীগৰাকীয়ে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক আক্ৰমণ নকৰিবলৈ জনসাধাৰণ আৰু ৰোগীৰ পৰিয়ালবৰ্গক আহ্বান জনাইছে।

চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে কৰ’নাভাইৰাছত আক্ৰান্তসকলৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ মূল্যৱান জীৱন আৰু সময় দিছে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd