DMCA.com Protection Status

শীর্ষ সংবাদ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী : তথ্য জালিয়াতিৰ অভিযোগত গুৱাহাটীত এজনক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি সন্দেহযুক্ত নাগৰিকে নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শনিবাৰে গুৱাহাটীত আনৰ লিগেচী...

Read more

গুৱাহাটীত অসম সাহিত্য সভাৰ প্ৰথম ড০ পৰাগমণি শৰ্মা স্মাৰক বক্তৃতা সম্পন্ন

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰয়াত সহযোগী অধ্যাপক ড০ পৰাগমণি শৰ্মাৰ সোঁৱৰণত শনিবাৰে অসম সাহিত্য সভাই ‘উত্তৰ-পূব লোক-সংস্কৃতিৰ শিক্ষাৰ বিস্তাৰত শিক্ষানুষ্ঠানৰ ভূমিকা’...

Read more

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ক্ষুব্ধ বিধায়ক : শীঘ্ৰেই অনুষ্ঠিত হ’ব কাৰ্যনিৰ্বাহক সভা

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতেই বিধায়কৰ বিদ্ৰোহ আৰু অসন্তুষ্টিয়ে অস্বস্তিত পেলাইছে বিজেপিৰ ৰাজ্যিক নেতৃত্বক। সেয়েহে এনে অসন্তুষ্টি সমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে...

Read more

জাতিধ্বংসী কাম নকৰিবলৈ বিজেপিক সকীয়নি আছুকে ধৰি ২৮ টা জাতীয় সংগঠনৰ

অসমৰ খিলঞ্জীয়া লোকৰ পৰিচয় ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা সকলক বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ...

Read more

সৰ্বাধিক কাল মুখ্য মন্ত্ৰীৰ পদত থকাৰ অভিলেখ ছিকিমৰ পৱন কুমাৰ চামলিঙৰ

পশ্চিম বংগৰ প্ৰাক্তন মুখ্য মন্ত্ৰী জ্যোতি বসুৰ অভিলেখ ভাঙি দেশৰ ভিতৰতে আটাইতকৈ বেছিকালৰ বাবে পদবীত থকা মুখ্য মন্ত্ৰীত পৰিণত হৈছে...

Read more

মন্ত্ৰিত্বতকৈ বিকাশ আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ : হাগ্ৰামা মহিলাৰী

বিপিএফৰ সভাপতি তথা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে  শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে শেহতীয়া মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ তেওঁ সন্তুষ্ট।...

Read more

শোণিতপুৰত ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত

শুকুৰবাৰে নিশা শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এৰাসুঁতিত  ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত এক পথ দুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় নাগৰিক...

Read more

শক্তি মন্ত্র্যালয়ৰ উদ্যোগত আজি ৰাজ্যজুৰি গ্ৰাম শক্তি দিৱস

ভাৰত চৰকাৰৰ শক্তি মন্ত্র্যালয়ে ‘গ্ৰাম স্বৰাজ অভিযান’ৰ বিষয়ে গাঁৱৰ ৰাইজক সজাগ কৰি তুলিবলৈ যোৱা ১৪ এপ্ৰিলৰ পৰা ৫ মে’লৈকে ‘চবকা...

Read more
Page 4465 of 4594 1 4,464 4,465 4,466 4,594

Recent News