• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত চাৰি বাঁওদলৰ পেলেষ্টাইনৰ প্ৰতি সংহতি প্ৰকাশ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 7, 2024 5:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ দ্বাৰা পেলেষ্টাইনৰ ওপৰত চলাই থকা যুদ্ধৰ আজি ৭ অক্টোবৰ তাৰিখে এবছৰ সম্পূৰ্ণ হৈছে ৷ এই অমানৱীয় তথা নাৰকীয় যুদ্ধ অৱসানৰ দাবীত দেশৰ চাৰিটা বাওঁদলে আজি সমগ্ৰ দেশজুৰি এই সংহতি দিৱস পালন কৰে । ইয়াৰ লগত সংগতি ৰাখি শিৱসাগৰ নগৰত চি পি আইৰ কৰ্মকৰ্তাই এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷

বিক্ষোভস্থলিত উপস্থিত থাকি চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে পেলেষ্টাইনৰ ওপৰত ইজৰাইলে চলাই থকা যুদ্ধ তৎকালে বন্ধৰ কৰিবলৈ দাবী জনায় ৷ ইজৰাইলৰ তৰফৰ পৰা যিদৰে চিকিৎসালয়, স্কুল কলেজ, মছজিদ গীৰ্জা আদিত নিৰ্মম ধংবসলীলা চলাই শিশু মহিলা ছাত্ৰছাত্ৰী ওপৰত অমানৱীয় হত্যাকাণ্ড ঘটাইছে ইয়াক শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়৷

Apply Now

চি পি আইয়ে কোনো দিনে যুদ্ধ নিবিচাৰে৷ বিশ্বত সদায় শান্তি প্ৰতিষ্ঠা পক্ষত চি পি আছে বুলি দাবী জনায় ৷ এই যুদ্ধৰ ফলত প্ৰায় ৫০ হাজাৰতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু  প্ৰায় ৩ মিলিয়ন পেলেষ্টাইনী নাগৰিকে নিৰাপত্তা বিচাৰি ইজিপ্ত, লেবাননকে ধৰি চুবুৰীয়া দেশলৈ পলাই যাবলৈ বাধ্য হৈছে। কনক গগৈয়ে পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে বৰ্তি থাকিবলৈ দিব লাগে বুলি কয় ৷

কনক গগৈয়ে এই যুদ্ধত ভাৰত চৰকাৰক ইজৰাইলৰ পক্ষে যুদ্ধাস্ত্ৰ যোগান ধৰা কাৰ্যক তীব্ৰ বিৰোধীতা কৰে আৰু ৰাছিয়া ইউক্ৰেইন যুদ্ধক অৱসান বিচাৰি আহ্বান জনোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুতলীয়া কাণ্ডক ধিক্কাৰ দিয়ে ৷

জিলা সম্পাদক মণি বুঢ়াগোহাঁইয়ে আঁত ধৰা বিক্ষোভস্থলিত শ্ৰমিক নেতা মদন বৰুৱা, প্ৰণৱ চেতিয়া, ইনামূল হক, বাখৱ বৰুৱা , কৃষক নেতা কুশল বৰগোহাঁই, প্ৰাক্তন কৃষক নেতা যোগেশ বুঢ়াগোহাঁই, মহিলা নেত্ৰী অনুৰাধা গোহাঁই গগৈসহ ভালেসংখ্যক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd