শীর্ষ সংবাদ

উৎকণ্ঠাৰ অন্ত! ৮ ফেব্ৰুৱাৰিত ‘আনন্দৰাম বৰুৱা বঁটা-২০১৮’

কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰৱৰ্তিত আৰু নিয়মীয়াকৈ সময়ত দি অহা আনন্দৰাম বৰুৱা বঁটা, ২০১৮ পাবৰ বাবে এইবাৰ সৰ্বাধিক দীঘলীয়া সময় অপেক্ষা...

Read moreDetails

আছু সদস্যৰ ওপৰত পৰা প্ৰতিটো কোবৰ প্ৰত্যুত্তৰ দিয়া হ’ব : সমুজ্জ্বল ভট্টাচাৰ্য

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত চলি থকা আন্দোলনৰ মাজতে ২৭ জানুৱাৰিত নলবাৰীৰ ঘগ্ৰাপাৰত সংঘটিত ঘটনাই সদৌ অসম ছাত্ৰ সন্থা আৰু...

Read moreDetails

ভূপেন হাজৰিকাৰ ‘ভাৰত ৰত্ন’ক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলে প্ৰাক্তন ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজুৱে

মৰণোত্তৰভাৱে ভাৰত ৰত্নৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে অসম সন্তান তথা বিশ্বশিল্পী ড০ ভূপেন হাজৰিকাক লৈ কৰা মন্তব্যৰ বাবে আজি ক্ষমা...

Read moreDetails

ৰাভা হাছং জইণ্ট মুভমেণ্ট কমিটিৰ দখলত ৰাভা হাছং স্বায়ত্ত পৰিষদ

অলপতে অনুষ্ঠিত হৈ যোৱা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ আজি ঘোষিত ফলাফল অনুসৰি গোৱালপাৰা জিলাৰ ২০খন আসনৰ ১৮খন আসনতেই...

Read moreDetails

মাত্ৰ ১২ লাখ ভোটাৰ থকা বড়োসকলে অন্য জনগোষ্ঠীৰ তুলনাত অধিক সুযোগ লাভ কৰি আছে : নৱ শৰণীয়া

ৰাজনীতি আৰু কূটনীতিৰ ক্ষেত্ৰখনত বি পি এফ প্ৰথমস্থানত আছে বুলি আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই। দিচপুৰ লাষ্টগেটত...

Read moreDetails

অসমত থকা অবৈধ বিদেশীৰ হিচাপ দিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অহা ৩ সপ্তাহৰ ভিতৰত অসমত থকা সকলো ডিটেনশ্যন কেম্পৰ বিস্তৃত তথ্য দিবলৈ কেন্দ্ৰ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। আজি অৰ্থাৎ সোমবাৰে...

Read moreDetails

মাজুলীত পৰিষদীয় নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা : গণশক্তিয়ে উৰুৱালে বিজয়ধ্বজা

সদ্য সমাপ্ত পৰিষদীয় নিৰ্বাচনৰ ফলাফলত মাজুলীত বিজেপিয়ে মুখ থেকেচা খাব লগীয়া হৈছে। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মাজুলীৰ তিনিটা সমষ্টিৰ ভিতৰত...

Read moreDetails

৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণ : চিবিআইৰ বিশেষ আদালতৰ ঐতিহাসিক ৰায়

২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ চি বি আইৰ ফাষ্ট ট্ৰেক আদালতত চলি থকা গোচৰটোৰ...

Read moreDetails

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ডাৱৰীয়া বতৰৰ লগতে বৰষুণৰ সম্ভাৱনা

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ঠায়ে ঠায়ে পাতলীয়া বৰষুণৰ লগতে ঠাণ্ডা পেলোৱাৰ সম্ভাৱনা আছে। আনহাতে, অহা ২৪ ঘন্টাত বতৰ ডাৱৰীয়া হৈ...

Read moreDetails

অসমৰ কথা নুশুনিলে আমি ভাৰতৰ লগত নাথাকো : অখিল

‘’ভাৰতে যদি অসমক সন্মান দিয়ে তেন্তে ভাৰতৰ সৈতে অসম থাকিব, যদি ভাৰতে সন্মান দিব নোৱাৰে তেন্তে ভাৰতৰ সৈতে অসম নাথাকে,’’-...

Read moreDetails
Page 4865 of 5269 1 4,864 4,865 4,866 5,269

Stay Connected

Recent News