• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূপেন হাজৰিকাৰ ‘ভাৰত ৰত্ন’ক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলে প্ৰাক্তন ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজুৱে

ক্ষমা নুখুজিলে প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখক লৈ কৰা মন্তব্যৰ বাবে

নৰ্থ-ইষ্ট নাও নিউজ by নৰ্থ-ইষ্ট নাও নিউজ
January 29, 2019 9:00 am
Katju_BhupenHazarika
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰণোত্তৰভাৱে ভাৰত ৰত্নৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে অসম সন্তান তথা বিশ্বশিল্পী ড০ ভূপেন হাজৰিকাক লৈ কৰা মন্তব্যৰ বাবে আজি ক্ষমা খুজিছে প্ৰাক্তন ন্যায়াধীশ তথা প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ ভূতপূৰ্ব সভাপতি মাৰ্কণ্ডেয় কাটজুৱে।

“মই মোৰ এটা ফেচবুক পোষ্টত ভূপেন হাজৰিকাই ভাৰত ৰত্ন পোৱাৰ যোগ্য নহয় বুলি লিখিছিলো, যাৰ বাবে উত্তৰ-পূবৰ লোকসকলে মোক সমালোচনা কৰিছিল।” নিজৰ ফেইচবুক পেইজত দিয়া পোষ্ট আৰু অলপ পিছতে দিয়া এটা টুইটত এইদৰে কয় ছ’চিয়েল মিডিয়াত খুবেই সক্ৰিয় আৰু লাখ লাখ ফ’ল’ৱাৰ থকা ‘পাব্লিক ফিগাৰ’জনে।

Apply Now

এই সন্দৰ্ভত তেওঁ আচলতে কি কৈছিল এতিয়া পাহৰি গৈছে বুলি কয় আৰু এইটোক নিজৰ এটা বদ অভ্যাস বুলি স্বীকাৰ কৰে। “মই আচলতে ভূপেন হাজৰিকাৰ সৃষ্টিকৰ্মবোৰ অধ্যয়ন কৰা নাই। গতিকে মই তেনে মন্তব্য কৰা উচিত নাছিল।” ২৭ জানুৱাৰিৰ আবেলিৰ সময়ত নিজৰ ফেচবুক পোষ্টত কাটজুৰ এই মন্তব্য।

Bhupen Hazarika pic.twitter.com/PAkQl5ZirC

— Markandey Katju (@mkatju) January 27, 2019

“মই উত্তৰ-পূবৰ মানুহৰ ওচৰত ক্ষমা খুজিছো”, ভুল স্বীকাৰ কৰি এইদৰে ক্ষমা বিচাৰে তেওঁ।

উল্লেখযোগ্য যে প্ৰাক্তন ন্যায়াধীশজনে ২০১৯ চনত ভাৰত ৰত্ন পোৱা আটাইকেইজনকে ‘অযোগ্য’ বুলি একেদিনাৰে পুৱা ৯ বজাত দিয়া এটা ফেইচবুক পোষ্টটোত উল্লেখ কৰিছিল।

“মোৰ দৃষ্টিত এইবাৰ ভাৰত ৰত্ন পোৱা গোটেই তিনিজনেই পোৱাৰ যোগ্য নহয় (undeserving)”, এয়ে আছিল তেওঁৰ আগৰ পোষ্টটোৰ প্ৰথমটো বাক্য। কেৱল এয়ে নহয়, তেওঁ উক্ত পোষ্টটোত ভূতপূৰ্ব ৰাষ্ট্ৰপ্ৰতি প্ৰণৱ মুখাৰ্জীক (যিজনেও এইবাৰ ভাৰত ৰত্ন পাইছে) নেহৰু-গান্ধীৰ চামচা বুলি কয়।

কিন্তু আনজন প্ৰাপক তথা সংঘ পৰিবাৰৰ নেতা নানাজী দেশমুখক অধিক কঠোৰভাৱে সমালোচনা কৰিছিল। “নানাজী দেশমুখ সংঘ পৰিবাৰৰ মানুহ, যিটো সাম্প্ৰদায়িক সংগঠন আৰু গতিকে ভাৰতীয় মানুহৰ মাজত বিভাজন সিঁচিছে। যি মানুহৰ মাজত বিভাজন আনে তেওঁ মানুহৰ শত্ৰু, ভীষ্ম পিতামহেই এইটো কৈ গৈছে।”, পোষ্টটোত নানাজী দেশমুখৰ বিষয়ে কাটজুৰ মত।

অৱশ্যে প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখৰ দৰে অসমৰ মহান শিল্পীজনক সমালোচনা কৰা নাছিল বা কোনো অশোভনীয় মন্তব্য দিয়া নাছিল। হাজৰিকাৰ বিষয়ে তেওঁ কৈছিল, “ভূপেন হাজৰিকাই শান্তি আৰু ভাতৃত্ববোধৰ বাবে কাম কৰিব পাৰে, কিন্তু তেওঁ ‘পদ্ম বিভূষণ’ৰ বাবেই আটাইতকৈ উপযুক্ত”।

মন কৰিব লগীয়া যে গোটেই দেশজুৰি লাখ লাখ ফ’ল’ৱাৰ থকা প্ৰাক্তন ন্যায়াধীশজনক ভূপেন হাজৰিকাক হেয় কৰা মন্তব্যৰ বাবে সমালোচনা কৰে উত্তৰ-পূবৰ বহুতো য়ুজাৰে। এজন য়ুজাৰে কয়, I think you don’t know who is Bhupen Hazarika! It’s not unusual for rest of India who know little about Assam or North – East., এনেকুৱা প্ৰতিক্ৰিয়াৰ পিছতে তেওঁ ক্ষমা খুজিবলৈ বাধ্য হয়। কিন্তু ক্ষমা নুখুজিলে প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখক লৈ কৰা মন্তব্যৰ বাবে।

আনহাতে পূৰ্বৰ পোষ্টটোত কাটজুৱে ভগৱত সিঙকে ধৰি ১৪জন লোকৰ ভাৰতীয়ৰ নাম সাঙুৰি দিছিল, যিকেইজন তেওঁৰ বিবেচনা মতে ভাৰত ৰত্ন পোৱাৰ যোগ্য।

The real Bharat Ratnas:@rwac48 pic.twitter.com/Zrstsx3OGm

— Markandey Katju (@mkatju) January 27, 2019

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd