• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত থকা অবৈধ বিদেশীৰ হিচাপ দিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2019 4:28 pm
Supreme-Court-of-India
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩ সপ্তাহৰ ভিতৰত অসমত থকা সকলো ডিটেনশ্যন কেম্পৰ বিস্তৃত তথ্য দিবলৈ কেন্দ্ৰ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। আজি অৰ্থাৎ সোমবাৰে মুখ্য ন্যায়াধিশ ৰঞ্জন গগৈ আৰু ন্যায়াধিশ সঞ্জীৱ খান্নাৰ এখন বিচাৰপীঠে উক্ত নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ ডিটেনশ্যন কেম্প তথা এই কেম্পসমূহত থকা লোকসকল কি অৱস্থাত আছে সেইসম্পৰ্কে হৰ্স মজুমদাৰ নামৰ এগাৰকী সমাজকৰ্মীয়ে দাখিল কৰা এখন আবেদনপত্ৰৰ শুনানি গ্ৰহণ কৰি ৰঞ্জন গগৈ আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে উক্ত নিৰ্দেশ দিয়ে।

Apply Now

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি মতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমত থকা ডিটেনশ্যন কেম্পৰ সঠিক সংখ্যাৰ লগতে ইয়াৰে প্ৰতিটো কেন্দ্ৰত কিমান সংখ্যক বিদেশী আছে তাৰ হিচাপ বিচৰাৰ উপৰিও আটকাধীন লোকসকল আৱদ্ধ হৈ থকা সময় তথা তেওঁলোকৰ ওপৰত চলি থকা গোচৰৰ বৰ্তমান স্থিতি সম্পৰ্কে তথ্য বিচাৰে।

যোৱা ১০ বছৰত কিমান সংখ্যক বিদেশীয়ে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছে তথা অসমত এতিয়ালৈকে কিমান সংখ্যক লোকক বিদেশী হিচাবে চিনাক্ত কৰা হৈছে আৰু ইয়াৰে কিমান সংখ্যকক বিতাৰন কৰা হৈছে সেই সম্পৰ্কেও তথ্য দিবলৈ ন্যায়ালয়ে কেন্দীয় চৰকাৰক নিৰ্দেশ দিছে।

এই সম্পৰ্কে পৰৱৰ্তী শুনানি অহা ১৯ ফেব্ৰুৱাৰিত গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd