শীর্ষ সংবাদ

ড০ গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ : গৰজি উঠিল আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাক লৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই...

Read moreDetails

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে লতাশিল থানাত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু

বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে। চৰকাৰ হৈ লতাশিল থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু...

Read moreDetails

নাগৰিকত্ব বিধেয়ক প্ৰসংগত মন্ত্ৰী প্ৰমীলাৰ মন্তব্য : বি টি চিৰ বাহিৰৰ লোকৰ বোজা লোৱা নহ’ব

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে বিজেপিৰ মিত্ৰ দল বি পি এফে একো...

Read moreDetails

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা : ১১ জানুৱাৰিত জনজাতি সংগঠনসমূহৰ ‘অসম বন্ধ’

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে বৰ্তমানৰ অনুসূচিত জনজাতিসকলৰ মৰ্যাদাত আঘাত হানিব বুলি শংকিত হৈ জনজাতি...

Read moreDetails

হিমন্ত বিশ্ব পুনৰ আহিব নেকি কংগ্ৰেছলৈ?, কি ক’লে গগৈয়ে?

ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত অতিকৈ চৰ্চিত আৰু দক্ষ মন্ত্ৰী হিচাপে পৰিচিত ড০ হিমন্ত বিশ্ব শৰ্মা। সঘনাই মত সলনি কৰা অথবা দল...

Read moreDetails

সাৰ-সুৰ নাই, ক’ত হেৰাল দিচপুৰৰ বিধায়ক অতুল বৰা?

নাগৰিকত্ব সংশোধনী বিধেয়কক অসমৰ দল সংগঠনে সমৰ্থন কৰিলেও তেওঁ অকলেই বিৰোধিতা কৰি যোৱাৰ হুংকাৰ দিয়া এজন বিজেপি বিধায়ক। বিধেয়কখন গৃহীত...

Read moreDetails

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক নগাঁৱত ক’লা পতাকা প্ৰদৰ্শন আছুৰ

জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাৰ প্ৰতিবাদত আজিও উত্তাল হৈ আছে সমগ্ৰ নগাঁও জিলা। এই উত্তাল পৰিস্থিতিৰ মাজতেই আজি...

Read moreDetails

হাগ্ৰামাক জাতিদ্ৰোহী আখ্যা : ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা পিএজিচিবিএমৰ

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পদক্ষেপ গ্ৰহণ কৰাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পীপুলচ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ...

Read moreDetails

বিদায় মিত্ৰ! : মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল অগপৰ তিনিজন মন্ত্ৰীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতেই মানি লোৱা নহ’ব বুলি নিজৰ স্থিতি স্পষ্ট কৰি বিজেপিৰে মিত্ৰতা ত্যাগ কৰা অসম গণ পৰিষদ...

Read moreDetails

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত বিজেপি কৰ্মীৰ সৈতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব মীৰা বৰঠাকুৰ

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত অসমৰ চাৰিওফালে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে বিধেয়কখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা ঘোষণা...

Read moreDetails
Page 4886 of 5264 1 4,885 4,886 4,887 5,264

Stay Connected

Recent News