শীর্ষ সংবাদ

অসমীয়াৰ আন্দোলনৰ মাজতে মন্ত্ৰী হিমন্তই ক’লে : নাগৰিকত্ব বিধেয়কখনক লৈ গৰ্বিত

যিসময়ত নাগৰিকত্ব সংশোধনী বিধেয়কখনক জাতিধ্বংসী আখ্যা দি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আটাইবোৰ অসমীয়া ওলাই আহিছে, সেই সময়ত আজি বিধেয়কখন লোকসভাত...

Read moreDetails

বিজেপিক চৰকাৰ ভংগ কৰি পুনৰ নিৰ্বাচনৰ মুখামুখি হোৱাৰ প্ৰত্যাহ্বান প্ৰফুল্ল মহন্তৰ

মিত্ৰজোঁটৰ চৰকাৰৰ পৰা অগপ ওলাই অহাৰ পাছতেই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন নীতিগত কাৰণত ভংগ কৰাৰ দাবী জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী...

Read moreDetails

হিমন্তৰ মোদীক ধন্যবাদ তিনিটা ‘ঐতিহাসিক উপহাৰ’ৰ বাবে

অসমৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে জান-প্ৰাণ দি আন্দোলন কৰি থকাৰ সময়তে বিধেয়কখনৰ বাবে প্ৰধান মন্ত্ৰী মোদীক ধন্যবাদ জনালে অসম...

Read moreDetails

অথলে গ’ল অসমীয়াৰ আন্দোলন : নাগৰিকত্ব বিধেয়ক লোকসভাত পাছ; নৰজিল বিৰোধীৰ প্ৰবল আপত্তি

অসমীয়া মানুহৰ শংকা, প্ৰতিবাদ, আন্দোলন এক প্ৰকাৰৰ অসাৰ হোৱাৰ পথত। আজি বিৰোধীৰ প্ৰবল বিৰোধিতা সত্ত্বেও আৰু কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ সদন...

Read moreDetails

সৰ্বানন্দ সোণোৱাললৈ জুবিন গাৰ্গৰ চিঠিত অকাট্য যুক্তি আৰু গভীৰ অসমপ্ৰেমৰ নমুনা

“মই খিলঞ্জীয়াৰ ক্ষতি হ’ব পৰা কাম নকৰো, অসমৰ মানুহ চিন্তিত হ’ব নালাগে” বুলি কৈ এতিয়াও পুৰণি ৰেকৰ্ডখন বজাই থকা অসমৰ...

Read moreDetails

চামগুৰিত বিক্ষিপ্ত ঘটনাৰে সৰ্বাত্মক অসম বন্ধ : আটকাধীন ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত থানা ঘেৰাও

নগাঁও জিলাৰ চামগুৰিত আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কেইবাটাও খিলঞ্জীয়া সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।...

Read moreDetails

অগপক লোকসভা নিৰ্বাচনত সমৰ্থন জনাব নেকি ৭০ টা জাতীয় সংগঠনে?

অগপই অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি সোমবাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছতেই এতিয়া প্ৰশ্ন হয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে...

Read moreDetails

বিধেয়ক গৃহীত হ’লেই চৰকাৰী সন্মান ঘূৰাই দিবলৈ সাজু চহিদ পৰিয়াল

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ক লৈ অসমৰ বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পিছতো বিধেয়কখন গৃহীত কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰা...

Read moreDetails

শূন্যলৈ গুলী : বন্ধ সমৰ্থকে ভাঙিলে ডিব্ৰুগড় বিজেপি কাৰ্যালয়, আৰক্ষীলৈ শিলগুটি নিক্ষেপ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত বিজেপিৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দলে দলে ৰাজপথলৈ...

Read moreDetails

জাতি ৰক্ষাৰ আহ্বানত প্ৰতিবাদত নামিল জনপ্ৰিয় শিল্পী সমাজ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুসহ ৩০ সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি ৰাজ্যবাসীয়ে ব্যাপক সমৰ্থন আগবঢ়োৱাৰ সময়তে এই বিধেয়কখনৰ...

Read moreDetails
Page 4888 of 5263 1 4,887 4,888 4,889 5,263

Stay Connected

Recent News