বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় কমিটী, অৰ্থাৎ জে পি চিৰ অহা ৩১ ডিচেম্বৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত...
Read moreDetailsমাইবাঙত থানাৰ অন্তৰ্গত মতিব্ৰা গাঁৱত যোৱা নিশা আৰক্ষীৰ এটা দলৰ সৈতে উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল আৰ্মিৰ মাজত গুলীয়াগুলী সংঘটিত হয়।...
Read moreDetails৫৫ বছৰ ধৰি অবিৰাম সেৱা দি অহা ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলংখন মাঘবিহুৰ পিছতে মেৰামতি কৰিবলৈ আগ বাঢ়িছে উত্তৰ-পূব ৰেইলৱেই। তাৰ...
Read moreDetailsসদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই দলবীৰ সিং লোহাৰৰ স্মৃতিত প্ৰৱৰ্তন কৰা দলবীৰ সিং লোহাৰ বঁটাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক নিৰ্বাচিত...
Read moreDetailsসুদীৰ্ঘ দুটা দশকৰ অন্তত যোৱা ২৫ ডিচেম্বৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ আৰু দক্ষিণপাৰক সংযোজন কৰা বগীবিল...
Read moreDetailsকেইবাদিনৰ পৰা বিকল হৈ থকা দুলীয়াজানস্থিত এল পি জি বটলিং প্লাণ্টৰ দুটাকৈ বিকল যন্ত্ৰৰ মেৰামতি নোহোৱাত উজনি অসমকে ধৰি অৰুণাচলতো ৰন্ধন...
Read moreDetailsঅস্বস্তিকৰ ৰাজনৈতিক প্ৰশ্ন সোধা বাবেই খৰ্গহস্ত হৈ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা তথা মাইক দলিয়াই প্ৰাণে মৰাৰ ভাবুকি দিয়া এ আই য়ু...
Read moreDetailsএ আই য়ু ডি এফৰ সাংসদ বদৰুদ্দিন আজমলে এখন সংবাদমেলৰ সময়ত প্ৰশ্ন কৰা বাবেই এজন সাংবাদিকক কৰা চূড়ান্ত অপমানৰ বিৰুদ্ধে...
Read moreDetailsবুধবাৰে এ আই ইউ দি এফ মুৰব্বী বদৰুদ্দিন আজমলৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক কবীৰ মণ্ডল কাকতালীয়ভাৱে দলটোৰে এগৰাকী প্ৰাক্তন কৰ্মচাৰী।...
Read moreDetailsআজমলে ২৬ ডিচেম্বৰত মানকাচৰত এজন সাংবাদিকক কৰা অভব্য আচৰণ তথা সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়াক কেন্দ্ৰ কৰি ডিজিটেল মিডিয়া এচ'ছিয়েশ্বন অব...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd