• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে সাংসদ গৌৰৱ গগৈয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2018 7:54 am

1 min read

Gourav Gogoi

সাংসদ গৌৰৱ গগৈ। ফাইল ফটো।

352
VIEWS
Share on FacebookShare on Twitter

অস্বস্তিকৰ ৰাজনৈতিক প্ৰশ্ন সোধা বাবেই খৰ্গহস্ত হৈ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা তথা মাইক দলিয়াই প্ৰাণে মৰাৰ ভাবুকি দিয়া এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে সাংসদ গৌৰৱ গগৈয়ে।

নিজৰ এটা টুইটত কংগ্ৰেছী সাংসদজনে কয় যে এজন সাংবাদিকক ভাবুকি দিয়া বাবে এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত।

‘মই অসমৰ বিজেপিৰ চৰকাৰখনক এ আই য়ু ডি এফৰ মুৰব্বীজনৰ বিৰুদ্ধে তেওঁ এজন সাংবাদিকক দিয়া ভাবুকিৰ বাবে ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিছো।’ সাংসদ গৌৰৱ গগৈয়ে কয়।

I request the BJP government in Assam to take action against the AIUDF Chief for his verbal threat against a member of the press. In Assam the tacit understanding between BJP-AIUDF is clear for everyone to see. https://t.co/ulcMZgIQg7

— Gaurav Gogoi (@GauravGogoiAsm) December 27, 2018

লগতে তেওঁ অসমত বিজেপিৰ সৈতে এ আই য়ু ডি এফৰ বুজাবুজি থকাৰ কথাটো সকলোৰে বাবে জলজল পটপট হৈ থকা কথা বুলিও কয়।

অৱশ্যে সাংসদ গৌৰৱ গগৈৰ টুইটটোৰ প্ৰত্যুত্তৰত বহুতে তেওঁকো বিদ্ৰূপ-সমালোচনা কৰি উত্তৰ দিয়া পৰিলক্ষিত হয়। কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ সম্পৰ্কৰ কথা আঙুলিয়াই দিয়া দেখা যায় বহুকেইজনক।

উল্লেখযোগ্য যে ২৬ ডিচেম্বৰৰ দিনা এ আই য়ু ডি এফৰ জিলা পৰিষদৰ নিৰ্বাচিত সদস্য সকলক সম্বৰ্ধনা জনাবলৈ হাটশিঙীমাৰিত অনুষ্ঠিত দলটোৰ এখন সভাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়তে বদৰুদ্দিনে এজন সাংবাদিকক অপদস্থ কৰিছিল। সাংবাদিকজনে সোধা প্ৰশ্নত আহত হৈ বদৰুদ্দিনে তেওঁক ‘কুকুৰ’, ‘বদমাচ’ আদি শব্দৰে গালি পাৰিছিল আৰু বুমটো দলিয়াই দিছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd