• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জৰাজীৰ্ণ হৈছে ৫৫ বছৰ সেৱা দি অহা শৰাইঘাট দলং; মেৰামতিৰ বাবে ৯০ দিন বন্ধ থাকিব

শৰাইঘাটৰ দ্বিতীয় দলঙৰ ওপৰত তীব্ৰ যানজঁট হোৱাৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2018 10:26 am
Sharaighat_2
955
VIEWS
Share on FacebookShare on Twitter

৫৫ বছৰ ধৰি অবিৰাম সেৱা দি অহা ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলংখন মাঘবিহুৰ পিছতে মেৰামতি কৰিবলৈ আগ বাঢ়িছে উত্তৰ-পূব ৰেইলৱেই। তাৰ বাবে ৯০ দিন ধৰি বন্ধ থাকিব দলংখনৰ ওপৰেৰে যান-বাহনৰ চলাচল।

ৰেইলৱেইৰ সূত্ৰটোৱে জনোৱামতে, ইয়াৰ ওপৰৰ প্ৰায় ভগ্ন অৱস্থাত থকা ৮০খন প্লেট বা শ্লেব চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইখন সলনি কৰা হ’ব। ইতিমধ্যে এই কামৰ ঠিকা আবণ্টন দিয়া হৈছে আৰু সংশ্লিষ্ট নিৰ্মাণ সংস্থাটোৱে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

আনপিনে মেৰামতিৰ বাবে সাজু হোৱা বুলি জনায়ো একেটা বিজ্ঞপ্তিতে ৰেইলৱেই দাবী কৰিছে যে শৰাইঘাট দলংখনৰ ওপৰৰ কংক্ৰিটৰ গাঁথনিটোত কিছুমান ফাট দেখিয়েই ভালদৰে অনুসন্ধান নকৰাকৈয়ে সংবাদ মাধ্যমে বাতৰি পৰিৱেশন  কৰিছে। দলংখনৰ প্ৰতি প্ৰকৃততে কোনো ভাবুকি অহা নাই।

উল্লেখযোগ্য যে  ১৯৬৩ চনতে মুকলি কৰা দুইখলপীয়া দলংখনৰ ওপৰ খলপাইদি দৈনিক হাজাৰ-হাজাৰ যান-বাহন পাৰ হয়।

যোৱা ভালেমান দিন ধৰি দলংখনৰ ওপৰিভাগ প্ৰায় জৰাজীৰ্ণ হৈ আছে। ৰেইলৱেই এই ভগ্ন অংশবোৰৰ ওপৰত ষ্টীলৰ শ্লেব দি জোৰা-টাপলি মাৰি চলাই আহিছে।

এতিয়া মেৰামতি কৰিবলৈ ওলোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। এই সময়খিনি যান-বাহনৰ সমুদায় অংশ কাষতে শেহতীয়াকৈ নিৰ্মিত শৰাইঘাটৰ দ্বিতীয়খন দলঙৰ ওপৰেদি অহাযোৱা কৰিব লাগিব। ফলত তীব্ৰ যানজঁটৰ সৃষ্টি যে হ’ব সি ধুৰুপ।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd