• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজহুৱাভাৱে ক্ষমা খোজক আজমলে! আজমলক গ্ৰেপ্তাৰৰ দাবীত দিচপুৰ থানাত গোচৰ ডিমজাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 27, 2018 8:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজমলে ২৬ ডিচেম্বৰত মানকাচৰত এজন সাংবাদিকক কৰা অভব্য আচৰণ তথা সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়াক কেন্দ্ৰ কৰি ডিজিটেল মিডিয়া এচ’ছিয়েশ্বন অব আসাম চমুকৈ ডিমজাই আজি দিচপুৰ থানাত এজাহাৰ দাখিল কৰে।

এজাহাৰ দাখিল কৰিয়েই ডিজিটেল মিডিয়া সাংবাদিক সংস্থাটোৱে (ডিমজা) ই সংবাদমাধ্যমৰ আগত আজমলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে।

Apply Now

তদুপৰি এজাহাৰ দাখিল কৰি ডিমজাৰ সাধাৰণ সম্পাদক মানস ৰয়ে আজমলৰ এনে অভব্য আচৰণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আজলমক ৰাজনৈতিক জীৱনৰ পৰা সন্যাস ল’বৰ বাবে আহ্বান জনায়।

ৰয়ে সংবাদ মাধ্যমৰ আগত কয় যে ‘সাংবাদিকক এনে অভব্য আচৰণ কৰা ৰাজনৈতিক নেতা অসমৰ ৰাইজে আজিলৈকে দেখা নাই।’

তাৰোপৰি এ আই ইউ ডিএফ ৰাজনৈতিক দলটো অস্তিত্বৰ সংকটত ভূগি থকা বুলি মন্তব্য কৰি ৰয়ে আজমলে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে বুলিও কয়।

ইফালে আজমলে আজি পুৱাৰ ভাগত টুইটাৰযোগে নিজৰ তেনে আচৰণৰ বাবে দুখ প্ৰকাশ কৰি ক্ষমা খোজে যদিও সেই ক্ষমা মানিব ল’ব নোখোজে ডিমজাই।

এই সন্দৰ্ভত ৰয়ে কয় ‘টুইটাৰযোগে ক্ষমা খুজিলেই নহ’ব, তেওঁ যিহেতু ৰাজহুৱাভাৱে এজন সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়াৰ লগতে অপদস্থ কৰিছে গতিকে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব।‘

আনহাতে, আজি টেলিভিচন সাংবাদিক এচ’ছিয়েশ্বন উটমা আৰু জাফাই দিচপুৰ প্ৰেছ ক্লাৱৰ সন্মুখত সাংবাদিকক আজমলৰ এনে অভব্য আচৰণৰ বাবে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই কাৰ্য্যৰ তীব্ৰভাষাৰে গৰিহণা দিয়ে।

ইয়াৰোপৰি কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই বৃহস্পতিবাৰে হাতীগাওঁ থানাত আজমলৰ বিৰুদ্ধে ৯১৬/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে। লগতে সংগঠন দুটাই বদৰুদ্দিন আজমলক ৰাজহুৱাকৈ সাংবাদিক সমাজক ক্ষমা খুজিবলৈ দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd