শীর্ষ সংবাদ

কাইলৈ যুটীয়া সংসদীয় কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক : প্ৰতিজন সদস্যৰ মত ল’ব অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে

কাইলৈ হ’ল লগীয়া নাগৰিকত্ব বিধেয়ক সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীৰ বৈঠকৰ কেইঘণ্টামান পূৰ্বে কমিটীখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে ইয়াৰ প্ৰতিজন সদস্যৰ মত...

Read moreDetails

জাগুনত আলফা স্বাধীনে অপহৰণ কৰিলে শিলভঙা উদ্যোগৰ মেনেজাৰক

আলফা স্বাধীনত বহু সংখ্যক নতুন যুৱক-যুৱতী যোগদানৰ বাতৰিয়ে অসম তোলপাৰ লগাই থকাৰ সময়তে আজি তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা এজন লোকক...

Read moreDetails

অবৈধ বিদেশীয়ে অসম এৰি যাব লাগিবই : মন্দিয়াৰ জনসভাত অখিল গগৈ

"অবৈধ বিদেশীয়ে অসম এৰি যাব লাগিবই"-এই হুংকাৰ কৃষক নেতা অখিল গগৈৰ। বৰপেটাৰ মন্দিয়াত কেইবা সহস্ৰাধিক ৰাইজৰ লগত সমস্বৰে ধ্বনি দি...

Read moreDetails

নগাঁৱত অগপৰ যুৱ পৰিষদৰ জিলা সভাপতিৰ পদত্যাগ; নিৰ্দলীয় হৈ মনোনয়ন

পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক দ্বন্দ্বই কোনো দলকেই ৰেহাই দিয়া নাই। নিৰ্বাচনৰ দিন চমু চপাৰ সমান্তৰালভাৱে কংগ্ৰেছ-বিজেপিৰ সমানে অগপতো চলিছে দলীয় নেতৃত্বৰ বিৰুদ্ধে...

Read moreDetails

জোনাই নিৰ্বাচনী বিষয়াৰ কাণ্ড : বিজেপিৰ টিকটৰ সকলো প্ৰাৰ্থীক ‘নিৰ্দলীয়’ ঘোষণা

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপি দলৰ টিকটত মনোনয়ন দাখিল কৰা প্ৰাৰ্থীক ‘নিৰ্দলীয় প্ৰাৰ্থী’ বুলি ঘোষণা কৰি এক অদ্ভুত দৃষ্টান্ত স্থাপন...

Read moreDetails

আলফালৈ যোৱা মুন্না বৰুৱাৰ পিতৃক বিষয়টো সহজভাৱে ল’বলৈ অনুৰোধ অনুপ চেতিয়াৰ

'’নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা গণতান্ত্ৰিক আন্দোলনক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবেই যুৱ প্ৰজন্মই বাচি লৈছে সশস্ত্ৰ সংগ্ৰামৰ...

Read moreDetails

বিশিষ্ট তাই গৱেষক-পণ্ডিত, চ্যুকাফা বঁটা প্ৰাপক বিমল বৰপাত্ৰ গোহাঁইৰ মৃত্যু

ৰাজ্যখনত তাই ভাষাৰ গৱেষণা আৰু অধ্যয়ন তথা চৰ্চাৰ অগ্ৰণী ব্যক্তি,  ২০১৭ বৰ্ষৰ চ্যুকাফা বঁটা প্ৰাপক বিমল বৰপাত্ৰ গোহাঁইৰ আজি মৃত্যু...

Read moreDetails

আলফা স্বাধীনৰ শিৱিৰত নাই ৰেৱতী ফুকন : চোৰাংচোৱা সংস্থাৰ অপপ্ৰচাৰ আখ্যা সংগঠনটোৰ

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্যবন্ধু, প্ৰসিদ্ধ ফুটবলাৰ তথা অধুনালুপ্ত পিচিজিৰ সদস্য ৰেৱতী ফুকন আলফা স্বাধীনৰ খালী হৈ থকা সাধাৰণ...

Read moreDetails

জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ দেহাৱসান

প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা চন্দন কুমাৰ সৰকাৰৰ আজি পুৱা ৫ঃ৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ বঙাইগাঁৱৰ লৱাৰ আসাম হস্পিতেলত দেহাৱসান ঘটে। উল্লেখযোগ্য যে...

Read moreDetails

বাংলাদেশ ‘মুক্ত’ বিধেয়কেও ‘সুৰক্ষিত’ নকৰে অসমক: কৃষক মুক্তি

যুটীয়া সংসদীয় সমিতিত বিজেপি সদস্যৰ বাহিৰে বাকী একাংশই নাগৰিকত্ব বিধেয়কৰ পৰা ‘বাংলাদেশ’ক বাদ দিয়াৰ ‘প্ৰস্তাৱ’ক লৈ চলা চৰ্চাৰ মাজতে এই...

Read moreDetails
Page 4950 of 5274 1 4,949 4,950 4,951 5,274

Stay Connected

Recent News