• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশ ‘মুক্ত’ বিধেয়কেও ‘সুৰক্ষিত’ নকৰে অসমক: কৃষক মুক্তি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 18, 2018 11:08 pm
Akhil Gogoi adviser KMSS addressing a Press Conference at Guwahati on 18-11-18.Pix by UB Photos

দেওবাৰে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল। ছবি- ইউ বি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুটীয়া সংসদীয় সমিতিত বিজেপি সদস্যৰ বাহিৰে বাকী একাংশই নাগৰিকত্ব বিধেয়কৰ পৰা ‘বাংলাদেশ’ক বাদ দিয়াৰ ‘প্ৰস্তাৱ’ক লৈ চলা চৰ্চাৰ মাজতে এই পথেৰেও অসম ‘সুৰক্ষিত’ নহ’ব বুলি মত প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

বিধেয়কৰ পৰা বাংলাদেশৰ নাম বাদ দিলেও ২০১৫ চনত ভাৰত চৰকাৰে জাৰি কৰা পাৰপত্ৰ সংশোধনী বিধি আৰু বিদেশী সংশোধনী নিৰ্দেশনা বাতিল নকৰিলে ‘লাভ নহ’ব’ অসমৰ, এই মত কৃষক মুক্তিৰ নেতা অখিল গগৈৰ।

Apply Now

“কেৱল নাগৰিকত্ব বিধেয়কৰ পৰা বাংলাদেশৰ নাম বাদ দিলে অসম বাচি নাযায়। কাৰণ ভাৰত চৰকাৰে ইতিমধ্যে ২০১৫ চনৰ ৭ চেপ্তেম্বৰত জাৰি কৰা পাৰপত্ৰ সংশোধনী বিধি আৰু বিদেশী সংশোধনী নিৰ্দেশনাৰ জৰিয়তে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ হিন্দু, বৌদ্ধ, জৈন, শিখ, পাৰ্চী আৰু খ্ৰীষ্টান এই ছটা ধৰ্মৰ লোকে ভিজা আৰু পাৰপত্ৰ নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰিলেও তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা নহয়। গতিকে বিধেয়কখনৰ পৰা বাংলাদেশৰ নাম বাদ দিলেও যদি ভাৰত চৰকাৰে জাৰি কৰা এই বিধি আৰু নিৰ্দেশনাৰ পৰা বাংলাদেশৰ নাম বাদ দিয়া নহয় তেনেহ’লে অসমৰ একো লাভ নহ’ব,” গগৈৰ মন্তব্য।

তেওঁ লগতে কয় বিধেয়কৰ পৰা বাংলাদেশক বাদ দিলেও দেশখনৰ পৰা প্ৰৱেশ কৰা ৬টা ধৰ্মৰ লোকে ভাৰতত ১১ বছৰ থাকিলেই নাগৰিকত্ব লাভৰ বাবে যোগ্য হ’ব।

এই বিধি আৰু নিৰ্দেশনাৰ উপৰিও সেই তিনি ৰাষ্ট্ৰৰ অ-মুছলমান ৬টা ধৰ্মৰ লোকক দীৰ্ঘকালীন ভিজা প্ৰদানৰ বাবেও জাননি জাৰি কৰি থৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।

বিধেয়কৰ লগতে বিধি আৰু নিৰ্দেশনা বাতিলৰ দাবীতো আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰি ‘সমস্যাৰ সমাধান’ হোৱা বুলি নাভাবিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd