শীর্ষ সংবাদ

বৰাকতো আৰম্ভ প্ৰতিবাদ, নাগৰিকত্ব বিধেয়কত লাগি চাউল উকলিছে নেকি বিজেপিৰ?

ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক প্ৰতিৰোধৰ পিছত এইবাৰ বৰাকতো আৰম্ভ হৈছে বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। বিধেয়ক বিৰোধিতাৰে ২৩...

Read moreDetails

হিন্দু বাঙালী সংগঠনক সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়া প্ৰশাসনৰ সিদ্ধান্ত অতি কৌশলপূৰ্ণ : মৃণাল হাজৰিকা

“হিন্দু বাঙালী সংগঠনক সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়া প্ৰশাসনৰ সিদ্ধান্ত অতি কৌশলপূৰ্ণ।” বাঙালী সংগঠনক সমাৱেশ অনুষ্ঠিত কৰিবলৈ নিদিয়া সিদ্ধান্তৰ ক্ষেত্ৰত...

Read moreDetails

ভাৰতৰ জয়েৰে ৰচিত হ’ল বৰ্ষাপাৰা ষ্টেডিয়ামৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ ইতিহাস; আঠ উইকেটত সহজ জয় টীম ইণ্ডিয়াৰ

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন এদিনীয়াত ভাৰতে ৱেষ্ট ইণ্ডিজ দলক ৮ উইকেটত...

Read moreDetails

#meToo ধুমুহাত বৰগোহাঞি: পাহৰণিৰ কবৰৰ পৰা পুনৰ মূৰ দাঙি উঠিছে ‘যৌন নিৰ্য্যাতন’ৰ কংকাল

বিশ্ব কঁপোৱা #meToo আন্দোলনে দেশজুৰি খলকনি তোলাৰ মাজতে অসমৰ প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ বিৰুদ্ধে পুনৰ পাহৰণিৰ কবৰৰ পৰা উঠি আহিছে...

Read moreDetails

৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনক ‘তথাকথিত’ আখ্যা; অসম বন্ধৰ বিৰোধিতা অসম বিজেপিৰ

আজি নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত অসম বিজেপিয়ে ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে আহ্বান জনোৱা অহা ২৩ অক্টোবৰৰ অসম...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অগপৰ সমাৱেশৰ বিৰোধ নকৰো, কিন্তু অগপৰ সমাৱেশ এখন নাটক : ৰিপুণ বৰা

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমাৱেশ অনুষ্ঠিত কৰাৰ বিৰোধ নকৰোঁ।  কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপৰ সমাৱেশ এখন নাটক।” অহা ২৩ অক্টোবৰত...

Read moreDetails

বাংলাদেশ পাৰ হৈ ব্ৰহ্মপুত্ৰত জাকে জাকে উজাই আহিছে ইলিচ মাছ : যোৱা বছৰৰ দৰে হোৱাৰ আশা মাছমৰীয়া আৰু গ্ৰাহকৰ

যোৱা বছৰৰ দৰে এই বছৰো ব্ৰহ্মপুত্ৰৰ মোহনাৰ পৰা বৃহৎ পৰিমাণৰ ইলিচ মাছৰ উজানে অসমৰ মাছ ব্যৱসায়ীসকলৰ বাবে আনন্দৰ বতৰা আনিছে।...

Read moreDetails

বৰ্ষাপাৰাৰ আজিৰ খেল স্মৰণীয় হৈ ৰ’ব এদিনীয়াত অভিষেক ঘটা ঋষভ পন্তৰ বাবে

ফলাফল নিৰ্বিশেষে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ আজিৰ খেলখন দুটা কথাৰ বাবে ইতিহাসৰ সাক্ষী হৈ ৰ’ব। প্ৰথম কথাটো হ’ল ষ্টেডিয়ামখন নিৰ্মাণ হোৱাৰ...

Read moreDetails

ষ্টেডিয়ামলৈ ঘোষণা নিৰ্দিষ্ট পথ, ভাৰত-ৱেঃ ইঃ খেল উপলক্ষে গুৱাহাটীত ট্ৰেফিকৰ নতুন নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেদিয়ামত হ’ব লগা ভাৰত-ৱেষ্ট ইণ্ডিজ এদিনীয়া খেলখনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ যান বাহনলৈ দেওবাৰৰ...

Read moreDetails

ৰাইজৰ পক্ষলৈ আহক, নহ’লে একেবাৰে বিজেপিলৈ গুচি যাওক অগপ: অখিল গগৈ

অসমৰ সকলো খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতা আওকাণ কৰি নাগৰিকত্ব বিধেয়কৰ সপক্ষে কাৰ্য্যনিৰ্বাহকত সিদ্ধান্ত লোৱাৰ পিছতো বিজেপিৰ সৈতে মিত্ৰতা ভংগ নকৰা অগপ...

Read moreDetails
Page 4969 of 5269 1 4,968 4,969 4,970 5,269

Stay Connected

Recent News