• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষ্টেডিয়ামলৈ ঘোষণা নিৰ্দিষ্ট পথ, ভাৰত-ৱেঃ ইঃ খেল উপলক্ষে গুৱাহাটীত ট্ৰেফিকৰ নতুন নিৰ্দেশনা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2018 11:12 pm
aa-Cover-76kh73tj8rgcbnnupl6k2kgve6-20180524173041.Medi

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেদিয়ামত হ’ব লগা ভাৰত-ৱেষ্ট ইণ্ডিজ এদিনীয়া খেলখনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ যান বাহনলৈ দেওবাৰৰ বাবে নতুন পথ নিৰ্দেশনা জাৰি কৰা হৈছে।

বৰ্ষাপাৰালৈ যোৱাৰ ৰাস্তা:

Apply Now

বি কে কাকতী পথ হৈ এ কে আজাদ পথেৰে; ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা এ কে দেব পথেৰে গৰচুক চাৰিআলিৰ পৰা; ভৰলুমুখৰ পৰা এ কে দেব পথেৰে।

ষ্টেডিয়ামত প্ৰৱেশৰ পথ:

লখৰা বৰ্ষাপাৰা পথ হৈ ২ নং গে’ট; লখৰা-ৰ’লিং মিল-গদৰেজ গলিৰে আৰ জি বৰুৱা পথৰ পৰা ৩ নং গে’ট; লখৰাৰ পৰা চচান পথ হৈ ৰ’লিং মিলৰ পৰা ৪ নং গে’ট; ৰঘুনাথ পথ- এ কে দেব পথ হৈ ড০ ভূপেন হাজৰিকা পথেৰে ৫ আৰু ৬ নং গে’ট।

পাৰ্কিঙৰ ব্যৱস্থা:

এ কে দেব পথেৰে অহা বাহনৰ বাবে:

আনন্দ কুমাৰ পদ্দাৰ, সুভাষ বড়ো, পামহিৰ মইনা খোলং ফিল্দ, গৰচুকৰ শনিবৰীয়া বজাৰ প্লট।

কটাহবাৰী বিহু ফিল্দ, বেথানি স্কুল ফিল্দ, এইজিলিটি লজিষ্টিক লিমিটেদ, আৰ চি এম গুদাম, হেভেলছ লিমিটেদ, দাতালপাৰা ফিল্দ।

চম্পাৱতী ফিল্দ, গণেশপাৰা ফিল্দ, ৰঙাপথাৰ ফিল্দ, আমবাৰী পি ডব্লিউ দি ফিল্দ, চাইকেল ফেক্তৰি ফিল্দ।

এ কে আজাদ পথেৰে অহা গাড়ীৰ পাৰ্কিং:

আৰ্য্য মহাবিদ্যালয় ফিল্দ, বিৰুবাৰী আই টি আই ফিল্দ, বিশাল মেগা মাৰ্ট, আস্থা একাদেমি, জ্ঞানেন্দ্ৰ একাদেমি।

ৰাইজিং ষ্টাৰ একাদেমি, ভাগৱাত শাম ফিল্দ, সাউকুছি বুধবৰীয়া বজাৰ, বেতকুছি হাই স্কুল।

ন’ এন্ত্ৰি/ সাল-সলনি:

চেৰাবভাতিৰ পৰা লখৰা পথ হ’ব ৱান ৱে’। লখৰা চাৰিআলিত যান-বাহনৰ প্ৰৱেশ বন্ধ কৰা হ’ব।

ৰাষ্ট্ৰীয় পথ, এ কে দেব আৰু এ কে আজাদ পথত পুৱা ৪ বজাৰ পৰা খেল শেষ নোহোৱালৈকে বাণিজ্যিক বাহনৰ প্ৰৱেশ বন্ধ কৰা হ’ব।

ন’ পাৰ্কিং:

মৰা ভৰলু দলং- ইটাভাটা পথ; ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা এ কে আজাদ পথ; ফতাশিল আমবাৰীৰ পৰা চচান পথলৈকে এ কে দেব পথ; কুল বসুমতাৰী পথ; চচান পথ; ৰ’লিং মিল পথ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd