কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে ধৰ্ষণ কৰা বুলি নগাওঁ সদৰ থানাত এজাহাৰ দিয়া নগাওঁ দেউৰী গাৱঁৰ মহিলাগৰাকীৰ গিৰীয়েকে আওপকীয়াকৈ...
Read moreDetailsমাজুলীৰ সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ অন্তৰ্গত পাথৰিচুক গাঁৱত পুনৰ ঘটিল অঘটন। লখিমপুৰ জিলাৰ লোহিত-খাবলু পঞ্চায়তৰ অন্তৰ্গত ৩০খন গাঁৱৰ লোকে ভুগি অহা...
Read moreDetailsভাৰত আৰু চীনৰ মাজত পৰস্পৰৰ প্ৰতি বিশ্বাস আৰু বুজা-পৰাৰ সম্বন্ধ গঢ়ি তোলাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰি থকাৰ সময়তেই দুয়োদেশৰ...
Read moreDetails‘উত্তৰ-পূৰ্বাঞ্চলৰ যি উগ্ৰপন্থী সমস্যা সেই সমস্যা ভাৰত চৰকাৰে সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া নাই। উত্তৰ-পূবৰ যি জ্বলন্ত সমস্যা, সেইবোৰ আমাৰ...
Read moreDetailsআজি শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ। বিয়লি ৪ বজাত বিজয়ঘাটৰ একতা স্থলত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া...
Read moreDetailsপ্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশৰ লগতে অসমতো শোকৰ বন্যা বোৱা পৰিলক্ষিত হয়।...
Read moreDetailsমুল্যবোধৰ ৰাজনীতিৰ ঘাইখুঁটা তথা ভাৰতৰ এগৰাকী যুগস্ৰষ্টা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত ৰাজ্য চৰকাৰে গভীৰ শোক প্ৰকাশ কৰি...
Read moreDetailsভাৰতৰ এগৰাকী যুগস্ৰষ্টা তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আছিল অগাধ ভালপোৱা। সেয়েহে তেওঁ...
Read moreDetailsজনজাতিক বিভাজনেৰে অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰধান প্ৰতিশ্ৰুতি পালনত বিফল শাসনাধিষ্ঠ বিজেপি চৰকাৰে পাৰ কৰিব খুজিছে নেকি ’১৯ৰ নিৰ্বাচনী বৈতৰণী!...
Read moreDetailsএন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত আজি উচ্চতম ন্যায়ালয়ত এই বিষয়ত দ্বিতীয়টো শুনানিত উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd