শীর্ষ সংবাদ

ৰণনীতিৰ সন্ধান : শুকুৰবাৰৰ পৰা নলবাৰীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

ভাৰতীয় জনতা পাৰ্টি, অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অহা ১৮, ১৯ মে’ত দুদিনীয়াকৈ নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত...

Read more

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিদেশী ঘোষিত ব্যক্তিৰ আত্মীয়ৰ নাম অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশ হাজেলাৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি থকাৰ লগতে দ্বিতীয়খন খচৰা প্ৰকাশৰ দিনো চমু চাপি আহিছে। অহা ৩০ জুনত নাগৰিকপঞ্জীৰ...

Read more

ডনবস্ক’ৰ ভূমি কেলেংকাৰি : এইবাৰ মুখ্য মন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াক বচাবৰ বাবেই অদৃশ্য শক্তিৰ হেঁচাত হৰিশংকৰ ব্ৰহ্মই এৰাই চলিছিল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বৃহৎ ভূমি কেলেংকাৰি।...

Read more

অসমীয়াৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’লে আমি ৰাইজৰ পক্ষ ল’ম : অনুপ চেতিয়া

''ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে আমাৰ লগত আলোচনা কৰাৰ পোষকতা কৰিছে যদিও চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত কৰি অসমীয়া ৰাইজৰ...

Read more

লজ্জানত ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদ, উপ পঞ্জীয়কৰ ঘৰতে উদ্ধাৰ কন্যা শিশু শ্ৰমিক

ডিব্ৰুগড় বিশ্ববিদ্যালয় ( Dibrugarh University )ৰ চৌহদত উপ পঞ্জীয়কৰ বাসগৃহত উদ্ধাৰ হৈছে এগৰাকী কন্যা শিশু শ্ৰমিক। উপ পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ...

Read more

নীৰৱ ঘাতক : গুৱাহাটীত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালনৰ প্ৰস্তুতি

‘উচ্চ ৰক্তচাপ হৈছে একপ্ৰকাৰ নীৰৱ ঘাতক। জাত-পাত, লিংগ, ভৌগলিক অৱস্থান নিৰ্বিশেষে যিকোনো মানুহকে ই ক্ৰিয়া কৰিব পাৰে’। বুধবাৰে গুৱাহাটী প্ৰেছ...

Read more

ৰেৱতী ফুকনক অপহৰণ কৰি শ্বিলঙলৈ নিয়া হৈছে নেকি? প্ৰিয়বন্ধু পৰেশ বৰুৱাই কি ক’ব?

পিচিজিৰ সদস্য তথা প্ৰাক্তন ফুটবল খেলুৱৈ আৰু আলফা (স্বা:)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ ৰেৱতী ফুকন নিৰুদ্দিষ্ট হৈ থকাৰ পিছত...

Read more

মোদীয়ে অসমৰ মানুহক মিছা কথা ক’লে, অসমৰ মানুহক ঠগিলে : অখিল গগৈ

‘’নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা বাংলাদেশী টালি-টোপোলা বান্ধিব দিয়া আজি ৪ বছৰ সম্পূৰ্ণ হ'ল। মোদীয়ে অসমৰ মানুহক মিছা কথা কলে, অসমৰ...

Read more

খিলঞ্জীয়াৰ ভূমি, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ১৯৫১ চনেই ভিত্তিবৰ্ষ হ’ব লাগে : কলিতা জনগোষ্ঠী সন্মিলন

‘’১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে লৈ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত অধিকাৰ সংৰক্ষিত হ’ব পৰা বিধেয়কহে...

Read more

কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্য : কৃষক-শ্ৰমিক উন্নয়ণ পৰিষদৰ নগাওঁ জিলা সমিতি গঠন

কৃষক-শ্ৰমিক উন্নয়ণ পৰিষদৰ নগাওঁ জিলা সমিতিখন পুনৰ গঠন কৰা হৈছে। নতুনকৈ গঠন কৰা সমিতিখনে কৃষকৰ স্বাৰ্থত গুৰুত্ব দি সংগঠনৰ কাম...

Read more
Page 5029 of 5180 1 5,028 5,029 5,030 5,180

Recent News