শীর্ষ সংবাদ

ৰকিবুল হুছেইনৰ দুৰ্নীতি প্ৰসংগত কিয় নিমাত অখিল গগৈ, প্ৰশ্ন উত্থাপন অসম বিজেপিৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অনিল ৰাজাই অসমৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৰ্বতসম সম্পত্তিৰ তালিকাৰ বিষয়ে ৰাজহুৱা কৰাৰ লগে লগে সৰ্বত্ৰে ব্যাপক...

Read more

ত্ৰিপুৰাত ভোট গণনাৰ পিছৰ সম্ভাৱ্য হিংসাৰ বাবে সষ্টম কৰি ৰখা হৈছে সশস্ত্ৰ বাহিনী

অহা ৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ পিছত হ’ব পৰা হিংসাৰ মোকাৱিলা কৰিবলৈ ত্ৰিপুৰাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) নিয়োগৰ...

Read more

অসমৰ অভিলাষী জিলাসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ

কেন্দ্ৰীয় ৰে’ল বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইয়ে সংশ্লিষ্ট জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয়াসকলক পিছপৰা জিলা সমূহৰ বিশদ সম্পদসমূহ চিনাক্ত কৰি লক্ষ্যত...

Read more

অইলৰ এলপিজি বিভাগ বন্ধ হোৱাৰ সম্ভাৱনা : ৰন্ধন গেছৰ নাটনিত ভূগিব উত্তৰ-পূবৰ গ্ৰাহক !

দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক তেল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ এটা গুৰুত্বপূৰ্ণ বিভাগ বন্ধ হোৱাৰ উপক্ৰম হৈছে। অইল ইণ্ডিয়া লিমিটেডে...

Read more

হাতীগাঁৱৰ ব্যৱসায়ী হত্যাক লৈ কংগ্ৰেছৰ সভাস্থগিত প্ৰস্তাৱ নাকচ অধ্যক্ষৰ

গুৱাহাটীৰ হাতীগাঁৱত ২১ ফেব্ৰুৱাৰীৰ দিনা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ব্যৱসায়ী হেমন্ত চৌচাৰিয়াৰ বিষয়টোক লৈ কংগ্ৰেছে বৃহস্পতিবাৰে বিধানসভাত সভাস্থগিত প্ৰস্তাৱ...

Read more

খোৱাপানীৰ যোগান নাই : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰত-ভূটান সীমান্তৰ গাওঁবাসীৰ

উপযুক্ত খোৱা পানীৰ নাটনিৰ বাবে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিখোলা গাওঁৰ বাসিন্দা সকলে অসম চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী...

Read more

উত্তৰ-পূবৰ জনজাতিসকল আন সম্প্ৰদায়ৰ বাবে আদৰ্শ : ড০ জিতেন্দ্ৰ সিং

উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি সম্প্ৰদায়সমূহে তেওঁলোকৰ সংশ্লিষ্ট কাৰ্য ক্ষেত্ৰসমূহত পাৰদৰ্শিতা অৰ্জন কৰিছে আৰু সমাজৰ আন সম্প্ৰদায়ৰ বাবে আৰু তথাকথিত মুলসুঁতিৰ বাবে আদৰ্শ...

Read more

অসমৰ নতুন মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব অতিৰিক্ত মুখ্য সচিব টি ওৱাই দাসে

অসমৰ অতিৰিক্ত মুখ্য সচিব টি ওৱাই দাস ৰাজ্যখনৰ নতুন মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। দাসে বৰ্তমানৰ মুখ্য সচিব ভি কে...

Read more

নাবালিকাক চুমা খাই বিতৰ্কত পাপন : পাপনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি অনুৰাগীৰ এজাহাৰ

ৰিয়েলিটি শ্ব' এটাৰ শ্বুটিঙৰ সময়ত এগৰাকী নাবালিকক চুমা খাই অসমৰ এগৰাকী জনপ্ৰিয় গায়ক পাপন অংগৰাগ মহন্ত তীব্ৰ বিতৰ্কৰ মাজত সোমাই...

Read more

মুকলি ষ্টেডিয়ামত ক্ৰীড়া-ভিন্ন আন কাৰ্যকলাপ অনুষ্ঠিত কৰাৰ অনুমতি নিদিয়ে ডিব্রুগড় ক্ৰীড়া সংস্থাই

ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থা (ডিডিএছএ) ই আজি স্পষ্ট কৰি দিয়ে যে এতিয়াৰে পৰা মুকলি ষ্টেডিয়ামখন আন কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ...

Read more
Page 5125 of 5171 1 5,124 5,125 5,126 5,171

Recent News