শীর্ষ সংবাদ

নগাঁৱত চাঞ্চল্য : ঘৰৰ চোতালতে প্ৰাক্তন সেনা জোৱানক গুলীয়াই হত্যা

ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁৱত আজি সন্ধিয়া সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত ননৈৰ এজন প্ৰাক্তন সেনাবাহিনীৰ লোকক নিজ ঘৰৰ চোতালতে দুৰ্বৃত্তই...

Read moreDetails

৪৬টা সংগঠনৰ আন্দোলনলৈ সমৰ্থন আগ বঢ়ালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনবোৰে লোৱা অন্দোলনৰ কাৰ্য্যসূচীৰ প্ৰতি আমাৰ সমৰ্থন আছে। এই বিধেয়কখনেৰে বিজেপিয়ে অসমৰ ৰাইজক প্ৰতাৰণা...

Read moreDetails

নিজৰ মানুহৰ পৰা কি ব্যৱহাৰ পালে দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত এজন অসমীয়াই?

দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত এজন সন্মানীয় অসমীয়াই কি ব্যৱহাৰ পালে অসমৰ মানুহৰ পৰা? এই প্ৰশ্ন উত্থাপন হৈছে শেহতীয়াকৈ দেশৰ...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে কাইলৈ গুৱাহাটীত অগপৰ বিশাল প্ৰতিবাদী সমদল

অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ স্বাৰ্থত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ...

Read moreDetails

২৩ অক্টোবৰৰ বন্ধৰ বিৰুদ্ধে ষড়যন্ত্ৰ দুষ্টচক্ৰৰ : প্ৰশাসনে কঠোৰ নিষাধাজ্ঞা দিয়া বুলি ব্যাপক অপপ্ৰচাৰ

কাইলৈ, অৰ্থাৎ ২৩ অক্টোবৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যখনৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান দিয়া অসম বন্ধৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে...

Read moreDetails

পাৰে যদি অসম বন্ধ ব্যৰ্থ কৰক : চৰকাৰক প্ৰত্যাহ্বান অখিল গগৈৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে সোমবাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনক প্ৰত্যাহ্বান জনাই কয় যে চৰকাৰে পাৰে যদি ২৩...

Read moreDetails

সংবাদ মাধ্যমৰ সম্পাদকৰ আগত দিয়া প্ৰতিশ্ৰুতি ভুৱা আছিল নেকি মুখ্য মন্ত্ৰী সোণোৱালৰ?

‘অসমীয়া জাতিয়েই যদি নাথাকে তেন্তে মই মুখ্য মন্ত্ৰী হৈ থাকি কি লাভ?’ অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কামেই...

Read moreDetails

ঢাকাত বিজয়া দশমী উদযাপনত ব্যস্ত উচ্চায়ুক্ত-ৰামকৃষ্ণ মিছন, হিন্দু নিৰ্য্যাতন ক’ত?

বাংলাদেশৰ সংখ্যালঘু, মূলতঃ হিন্দুসকলক, ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে শাসকীয় বিজেপি আৰু একাংশ সংগঠনে “নিৰ্য্যাতন”ৰ দোহাই দি অহাৰ বিপৰীতে ঢাকাত মুক্তভাৱে...

Read moreDetails

অসম চুক্তিক নসাৎ কৰা নাগৰিকত্ব বিধেয়ক মানি নলয় অসমবাসীয়ে : যুটীয়া সংসদীয় সমিতিক জনালে অগপই

অসম চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদ চমুকৈ অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তথা অসমৰ জনমতক গুৰুত্ব দি বিধেয়কখন বাতিল...

Read moreDetails

বৰাকতো আৰম্ভ প্ৰতিবাদ, নাগৰিকত্ব বিধেয়কত লাগি চাউল উকলিছে নেকি বিজেপিৰ?

ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক প্ৰতিৰোধৰ পিছত এইবাৰ বৰাকতো আৰম্ভ হৈছে বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। বিধেয়ক বিৰোধিতাৰে ২৩...

Read moreDetails
Page 5519 of 5820 1 5,518 5,519 5,520 5,820

Stay Connected

Recent News