• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 24, 2019 6:34 pm
sivsagar DC meet

শিৱসাগৰত অনুষ্ঠিত হোৱা জিলা উন্নয়ণ সমিতিৰ বৈঠক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ উপা্য়ুক্ত ডাঃ এছ লক্ষ্মণনৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা প্ৰেক্ষাগৃহত বুধবাৰে জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।এই বৈঠকত উপায়ুক্তগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনি তথা কাম-কাজৰ অগ্ৰগতি সৰ্ম্পকে বিভিন্ন বিভাগৰ বিষয়-ববীয়াসকলৰ লগত আলোচনাত মিলিত হয়।

বৈঠকৰ আৰম্ভনিত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ভাৰপ্ৰাপ্ত জিলা উন্নয়ণ আয়ুক্ত জোনমনি সোনোৱালে বিভাগ সমূহৰ সৈতে হোৱা পূৰ্বৰ বৈঠকত প্ৰদান কৰা নিৰ্দেশনা মৰ্মে কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান বিচাৰে। সেই মৰ্মে বিভাগ সমুহৰ দ্বাৰা ৰূপায়ণ হৈ থকা কাম-কাজ আৰু আঁচনিৰ শেহতীয়া স্থিতি সম্পৰ্কে সংশ্লিষ্ট বিষয়-ববীয়া সকলে বৈঠকত অৱগত কৰে।

Apply Now

জিলা মীন উন্নয়ন বিষয়াই বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা “ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ” আঁচনিৰ অধীনত ইতিমধ্যে ১১০ টা প্ৰকল্প সম্পুৰ্ণ হৈছে বুলি অৱগত কৰে । আনহাতে  আবকাৰী বিভাগৰ দ্বাৰা বিগত মাৰ্চ মাহলৈ ৩৭.২ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হয় বুলি বৈঠকত প্ৰকাশ কৰে। উপায়ুক্তগৰাকীয়ে আবকাৰী বিভাগক অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে চলি থকা অভিযান আৰু তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে ।

বৈঠকত  ভূমি সংৰক্ষণ বিভাগৰ অধীনত নাজিৰাত চলি থকা তিনিটা জলাশয় উন্নয়ণ প্ৰকল্পৰ কাম অগন্তুক দুমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি বিভাগটোৰ বিষয়াসকলে জানিবলৈ দিয়ে।

জিলাখনৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগক জিলাখনৰ তেল ডিপ’ সমূহত জোখমাপৰ ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়া হয়। এই সন্দৰ্ভত কিবা বিসংগতি পৰিলক্ষিত হলে সেয়া ততাতৈয়াকৈ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

আনহাতে, উপায়ুক্তগৰাকীয়ে বৈঠকত জলসিঞ্চন বিভাগৰ দ্বাৰা ইতিমধ্যে সম্পূৰ্ণ হোৱা প্ৰকল্প সমুহৰ এক প্ৰতিবেদন কৃষি বিভাগক প্ৰদান কৰিবলৈ কয় যাতে এই সমূহ অঞ্চলত কৃষি বিভাগে দ্বৈত কৃষি পদ্ধতি (Double cropping)ৰ সম্ভাৱনীয়তা বিশ্লেষণ কৰি এই সম্পৰ্কে কাম আগবঢ়াই কৃষি উৎপাদন বৃদ্ধিত অৰিহণা যোগাব পাৰে। সামাজিক বনানিকৰণ বিভাগৰ দ্বাৰা বিগত ২২ এপ্ৰিলত পহুগড় অঞ্চলত ‘বিশ্ব ধৰিত্ৰী দিৱস’ উপলক্ষে ১৪০ বিধ ফল-মূল আৰু ওখ গছৰ পুলি ৰোপন কৰাৰ বিষয়ে বিভাগীয় বিষয়াই বৈঠকত অৱগত কৰে।

উপায়ুক্ত গৰাকীয়ে এনে পদক্ষেপৰ শলাগ লোৱাৰ উপৰিও পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বন বিভাগৰ লগতে অন্যান্য বিভাগ সমূহকো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ উপ সঞ্চালকে বৈঠকত মহানগৰ আন্তঃগাঁথনি উন্নয়ণ পুঁজি (CIDF)ৰ অধীনত ১০০ কোটি টকাৰ বাজেটৰ ১৬ টা প্ৰকল্পৰ বিভাগীয় অনুমোদন ইতিমধ্যে লাভ কৰা হৈছে বুলি অবগত কৰে। এতিয়া সংশ্লিষ্ট বিভাগ সমুহক  এই প্ৰকল্প সমূহৰ বাবে বিত্ং প্ৰকল্প প্ৰতিবেদন দাখিল কৰিবলৈ জনোৱা হয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd