শীর্ষ সংবাদ

স্থানীয় লোকৰ প্ৰৱল বাধা : মেঘালয়ত ইউৰেনিয়ামৰ খনন স্থগিত কৰিলে উদ্ঘাটনকাৰী সংস্থাই

ভূতাত্বিক উদ্ঘাটন আৰু খনিজ দ্ৰব্য আৱিষ্কাৰৰ বাবে দায়িত্ব লাভ কৰা ভাৰত চৰকাৰৰ আনৱিক শক্তি বিভাগৰ আটাইতকৈ প্ৰাচীন গোট উদ্ঘাটন আৰু গৱেষণাৰ...

Read moreDetails

এনআৰচিৰ বিৰূপ প্ৰতিক্ৰিয়া : মেঘালয়ত বৰাক উপত্যকাৰ যাত্ৰীক হাৰাশাস্তি

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰ মেঘালয়ত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। বিশেষকৈ মেঘালয়ৰ মাজেৰে  অ'লৈ...

Read moreDetails

অন্তৰ্ৱৰ্তী জামিন পালে আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মাই; চৰকাৰী অধিবক্তাৰ দায়িত্বৰ পৰা আঁতৰালে বিজন মহাজনক

ৰাজ্য কঁপোৱা এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ বিয়াগোম কেলেংকাৰিত অভিযুক্ত তথা বিজেপিৰ সাংসদ আৰ পি শৰ্মাৰ জীয়েক...

Read moreDetails

এন আৰ চিত নাম নাথাকিলেও ভোট দিব পাৰিব : মুখ্য নিৰ্বাচন আয়ুক্ত

অসমত উন্নীতকৃত হোৱা চূড়ান্ত এন আৰ চিতো যদি নাম নাথাকে, তেতিয়াও ভোটাৰ তালিকাৰ পৰা এই সকলৰ নাম স্বয়ংক্ৰিয়ভাৱে বাদ নপৰে।...

Read moreDetails

এন আৰ চিৰ চূড়ান্ত খচৰা ওলাল, এতিয়া নাগৰিকত্ব বিধেয়কক লৈ স্থিতি স্পষ্ট কৰক সোণোৱালে : গগৈ

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত এতিয়া নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত সোণোৱাল চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে প্ৰাক্তন...

Read moreDetails

ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জাতীয় চহিদ মুক্তিনাথ গোৱালা সোঁৱৰণী শ্ৰেষ্ঠ অসমীয়া বঁটা’ আগবঢ়াইছে কৃষক মুক্তিয়ে

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জাতীয় চহিদ মুক্তিনাথ গোৱালা সোঁৱৰণী শ্ৰেষ্ঠ অসমীয়া বঁটা’ আগবঢ়াইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰথমবাৰৰ বাবে...

Read moreDetails

এনআৰচি সম্পৰ্কত প্ৰৰোচনামূলক মন্তব্যৰ বাবে মমতা বেনার্জীৰ বিপক্ষে এজাহাৰ দাখিল বিজেপি যুৱ মৰ্চাৰ

ভাৰতীয় জনতা পাৰ্টীৰ যুৱ শাখা ভাৰতীয় জনতা যুৱ মৰ্চাই আজি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰক্ষী থানাত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ...

Read moreDetails

মমতা বেনাৰ্জীয়ে তৃণমূলৰ নেতাক পশ্চিম বংগৰ চৰকাৰী কাৰ্য্যালয়ত ধৰ্ণা দিবলৈ কওক : দেৱব্ৰত শইকীয়া

এন আৰ চি সম্পৰ্কে মাত মতাতকৈ পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ নেতাসকলক পশ্চিম বংগৰ চৰকাৰী কাৰ্য্যালয়ত ধৰ্ণা...

Read moreDetails

এন আৰ চিক লৈ দেশজুৰি ষড়যন্ত্ৰ: অসম, উত্তৰ-পূবৰ ‘সাৰ্বভৌমত্ব’ৰ প্ৰস্তাৱ উত্থাপন বিশ্বজিৎ দৈমাৰীৰ

অসমৰ এন আৰ চিৰ চূড়ান্ত খচৰাই ৪০ লাখ ভাৰতীয়ক অন্যায়্ভাৱে বিদেশী সজোৱা বুলি একাংশ ৰাজনৈতিক দল বিশেষকৈ তৃণমূল কংগ্ৰেছে সৃষ্টি...

Read moreDetails

মমতা বেনাৰ্জীক তৰুণ গগৈ-প্ৰফুল্ল মহন্তৰ সকীয়নি : অসমৰ কথাত মূৰ ঘমোৱাৰ কোনো দৰকাৰ নাই

অসম চুক্তিৰ আধাৰত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যক উভতি ধৰিছে...

Read moreDetails
Page 5804 of 6055 1 … 5,803 5,804 5,805 … 6,055

Stay Connected

Recent News