শীর্ষ সংবাদ

ন্যায়াধীশ ৰঞ্জন গগৈলৈ বিৰল সন্মান : ৰঘুৰাম ৰাজন, প্ৰণৱ মুখাৰ্জীৰ পিছত ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰিত তৃতীয়জন ভাৰতীয়

চলিত মাহৰ ১২ জুলাইত উচ্চতম ন্যায়ালয়ৰ দ্বিতীয় জ্যেষ্ঠতম মুখ্য ন্যায়াধীশ, অসম সন্তান ৰঞ্জন গগৈয়ে সমগ্র বিশ্বতে বহুলভাৱে সমাদৃত দা ইণ্ডিয়ান...

Read moreDetails

বলিয়া বানৰ কবলত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য : জীৱ জন্তুৰ প্ৰতি সৃষ্টি হৈছে চৰম ভাবুকি

ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বানে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে নগাওঁ জিলা বন সংমণ্ডলৰ অধীনৰ আৰু চামগুৰি সমষ্টিৰ নিকটৱৰ্তী অঞ্চলত অৱস্থিত...

Read moreDetails

বৰলুইতত জাহ যোৱাৰ উপক্ৰম লাহৰীঘাটৰ কেইবা কোটিটকীয়া মথাউৰি : নিৰ্বিকাৰ জলসম্পদ বিভাগ

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত তুলসীবড়িত যোৱা কেইবামাহ ধৰি খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে যদিও জলসম্পদ বিভাগ, স্থানীয় প্ৰশাসন তথা...

Read moreDetails

কাইলৈ শ্বিলঙত নৰ্থ ইষ্ট কাউন্সিলৰ বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে

অহা সোমবাৰে শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট কাউন্সিল চমুকৈ এনইচি ৬৭ সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰিব। মেঘালয়ৰ ৰাজধানী শ্বিলঙত কাইলৈ দিনৰ...

Read moreDetails

নগাঁৱত অভিলেখ শৰ্মাৰ ‘ডে ড্ৰিমাৰ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

নগাঁও শ্বহীদ ভৱনত কালি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাত্ৰী অভিলেখ শৰ্মাৰ" ডে ড্ৰিমাৰ" ( DAY DREAMER) নামৰ গ্ৰন্থখন উন্মোচন কৰা...

Read moreDetails

ডিগবৈ আৰক্ষীৰ অভিযানত আটক পেঙেৰীৰ দুজন নাবালক চোৰ

দীৰ্ঘ দিনৰ পৰা বিভিন্ন প্ৰকাৰৰ চুৰি কাৰ্যৰে আৰক্ষীৰ নিদ্ৰা হৰণ কৰি অহা দুই নাবালক চোৰক শনিবাৰে ডিগবৈৰ আৰক্ষীয়ে মাৰ্ঘেৰিটা মহকুমাৰ...

Read moreDetails

বাক্সাৰ তামুলপুৰৰ গয়াবাৰীত পুনৰ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

ৰাজ্যখনত প্ৰতিনিয়ত হাতী-মানুহৰ সংঘাতৰ বাতৰি প্ৰকাশ পাই অহাৰ সময়তে পুনৰ কালি এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটে। বাক্সাৰ ভাৰত -ভূটান...

Read moreDetails

অসমীয়া জাতীয় জীৱন আৰু খিলঞ্জীয়া মাতৃভাষাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে-পদুম ৰাজখোৱা

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক,সাম্প্ৰতিক সময়তো সমাজক গ্ৰাস কৰি থকা অন্ধবিশ্বাস- কুসংস্কাৰ, অসমৰ মাতৃভাষাৰ সংকট আৰু লোকপিয়লত খিলঞ্জীয়া ভাষাৰ অস্তিত্ব প্ৰসংগত...

Read moreDetails

ডকমকাৰ নাৰকীয় কাণ্ডৰ এমাহ সম্পূৰ্ণ : ন্যায় বিচাৰি মহানগৰীৰত প্ৰতিবাদী চাইকেল ৰেলী

ডকমকাৰ নাৰকীয় আৰু জঘন্য কাণ্ডৰ আজি এমাহ সম্পূৰ্ণ কৰিলে। ডকমকা কাণ্ডৰ ন্যায় বিচাৰি মহানগৰীত ৰাতিপুৱাই বিশাল প্ৰতিবাদী চাইকেল ৰেলী উলিওৱা...

Read moreDetails

হাইলাকান্দিৰ যৌন নিৰ্যাতনৰ বলি মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ : বিধায়কৰ বিৰুদ্ধেও গোচৰ ভুক্তভোগীৰ

হাইলাকান্দিৰ যৌন নিৰ্যাতনৰ বলি মহিলাগৰাকীৰ স্বামীক শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। মুম্বাইলৈ পলায়নৰ বাবে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে  আজাৰা আৰক্ষীয়ে...

Read moreDetails
Page 5834 of 6055 1 … 5,833 5,834 5,835 … 6,055

Stay Connected

Recent News