শীর্ষ সংবাদ

প্ৰমোদ বড়োৰ মন্তব্যক নসাৎ আলফা (স্বা)ৰ সভাপতি অভিজিৎ অসমৰ

শেহতীয়াকৈ সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমৰ নামত প্ৰচাৰিত এক ভুৱা ফেচবুক প’ষ্টক লৈ প্ৰমোদ বড়োই কৰা মন্তব্যৰ তীব্ৰ...

Read moreDetails

চিআৰপিএফৰ শিক্ষাৰ্থী বিষয়াৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ মত-বিনিময়

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ ৪৯নং বেটচৰ ১৫ গৰাকী ৰাজপত্ৰিত শিক্ষাৰ্থী বিষয়াৰে শুকুৰবাৰে ৰাজভৱনত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ...

Read moreDetails

টুইটাৰৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰৱেশ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ

শুকুৰবাৰে টুইটাৰৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’য়ে। ৰাজহুৱা আঁচনি আৰু টুইটাৰ ইণ্ডিয়াৰ মুৰব্বী মহিমা কৌলে...

Read moreDetails

চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ হ’ল যুৱ কল্যাণ : কনৰাড চাংমা

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কয় যে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰদান কৰা  ক্ষেত্ৰসমূহৰ ভিতৰত যুৱ কল্যাণৰ বিষয়সমূহ আছে। ৰাজ্যখনত শীঘ্ৰেই...

Read moreDetails

ভাৰতীয় বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষৰ উদ্যোগত ডিব্ৰুগড়ত ৰাজভাষা সংগোষ্ঠী দিৱস

ভাৰতীয় বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষ, উত্তৰ-পূব মণ্ডলৰ উদ্যোগত যোৱা শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাজভাষা সংগোষ্ঠী দিৱস। ডিব্ৰুগড়ৰ হোটেল লিলিত...

Read moreDetails

ওদালগুৰি জিলাৰ চমুৱাপাৰাত গাওঁবাসীয়ে বলপূৰ্বক ৰখালে যাত্ৰীবাহী ৰে’ল

টংলা আৰু হৰিশিঙা ষ্টেশ্যনৰ মাজত ৪৫-৪৬ কিলোমিটাৰ দূৰত্বৰ টংলা মহাবিদ্যালয়ৰ ওচৰৰ চমুৱাপাৰা-পানেৰী পথত এটা ৰখীয়াবিহীন ৰে’লৱে ক্ৰছিং গেট স্থাপনৰ দাবীত...

Read moreDetails

ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনীত উজলিল মঙলদৈৰ ছাত্ৰৰ দল

মঙলদৈৰ মাধ্যমিক পৰ্যায়ৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ এদল ছাত্ৰই ৰাজ্যিক পৰ্যায়ৰ এখন বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতাত বিশেষ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। মিৰাজ...

Read moreDetails

অসুস্থ সাহিত্যিক ৰং বং টেৰাঙৰ চিকিৎসাৰ বাবে এক লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

আজি কিছুদিনৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ থকা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰং বং টেৰাঙৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে...

Read moreDetails

১২ ঘন্টীয়া বন্ধত ওদালগুৰি জিলাত স্বাভাৱিক জীৱন যাত্ৰা ব্যহত

কোচ ৰাজবংশী জাতীয় সন্মিলনীয়ে  আহ্বান কৰা ১২ ঘন্টীয়া বিটিএডি বন্ধৰ সময়ছোৱাত শুকুৰবাৰে বিটিএডিৰ বেছিভাগ অঞ্চলৰ লগতে ওদালগুৰি জিলাতো শান্তিপূৰ্ণভাৱে বন্ধ...

Read moreDetails

জনসংযোগ কেলেংকাৰী : নিলম্বিত সঞ্চালক ৰঞ্জিত গগৈৰ জামিন লাভ

জনসংযোগ বিভাগৰ ৩৫ কোটিটকীয়া বিজ্ঞাপন কেলেংকাৰীৰ মূল অভিযুক্ত জনসংযোগ বিভাগৰ নিলম্বিত সঞ্চালক ৰঞ্জিত গগৈয়ে জামিন লাভ কৰিছে। বিগত প্ৰায় চাৰিমাহ...

Read moreDetails
Page 5975 of 6053 1 … 5,974 5,975 5,976 … 6,053

Stay Connected

Recent News