শীর্ষ সংবাদ

নোবেল জয়ৰ খবৰ নাপায় ফ্ৰেড ৰেমছডেলে! ক’ত আছে তেওঁ…

এই বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ফ্ৰেড ৰেমছডেলে এতিয়ালৈকে লাভ কৰা নাই তেওঁ নোবেল বঁটা লাভ কৰাৰ খবৰ। তেওঁৰ...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ গ্ৰেপ্তাৰ ভ্ৰাতৃ সন্দিপন গাৰ্গ

জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়টখনত উপস্থিত আছিল তেওঁৰ ভ্ৰাতৃ সন্দিপন গাৰ্গ। সেয়ে মৃত্যুৰ গোচৰত সন্দেহৰ আওতাত আছিল শিল্পীগৰাকীৰ ভ্ৰাতৃ সন্দিপনো।...

Read moreDetails

ভয়াবহ! ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড়লৈ

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ কাছাৰীঘাটত মঙলবাৰে বিয়লি মুহূৰ্ততে উচন হৈ গ'ল এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰ। নদীৰ তীব্ৰ...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুক লৈ চলিছে ৰাজনীতি! মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ

জুবিন গাৰ্গৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুৰ ঘটনাই ৰাজ্যবাসীক এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে। ৰাজ্যজুৰি এই ঘটনাৰ সঠিক তদন্তৰ দাবী উঠিছে। একে...

Read moreDetails

জেল-হাজোতৰ পৰা বাচিবলৈ ৰাছিয়ান সেনাবাহিনীত যোগদান ভাৰতীয় যুৱক! অৱশেষত…

গুজৰাটৰ এজন ২২ বছৰীয়া যুৱকে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰি ইউক্ৰেইনৰ বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ঘটনা চাঞ্চল্য সৃষ্টি কৰিছে। মৰ্বি জিলাৰ...

Read moreDetails

যাত্ৰীৰ সুবিধাৰ বাবে ভাৰতীয় ৰেলৱেৰ নতুন পদক্ষেপ: সলনি কৰিব পাৰিব টিকটৰ তাৰিখ

ভাৰতীয় ৰে’লৱে যাত্ৰীসকলৰ বাবে কঢ়িয়াই আনিছে এক সুখবৰ! এতিয়াৰ পৰা টিকট বুকিং কৰাৰ পিছতো যাত্ৰাৰ তাৰিখ সলনি কৰাৰ সুবিধা প্ৰৱৰ্তন...

Read moreDetails

কাজিৰঙাত প্ৰথমবাৰ কীট-পতংগ আৰু মকৰাৰ বৈজ্ঞানিক জৰীপ সম্পন্নঃ আৱিষ্কৃত ২৮৩ প্ৰজাতি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে কীট-পতংগ আৰু মকৰাৰ অন্বেষণমূলক বৈজ্ঞানিক অধ্যয়ন,...

Read moreDetails

অসম আৰু গুজৰাটৰ বান আৰু ভূমিস্খলন ৰোধৰ বাবে ৭০৭.৯৭ কোটি টকা অনুমোদন কেন্দ্ৰৰ

গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসম আৰু গুজৰাটৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ৭০৭.৯৭...

Read moreDetails

শুভমন গীলক এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব: ৰোহিতৰ স্থানত এই সিদ্ধান্ত সঠিক নে?

ভাৰতীয় ক্ৰিকেট কন্ট্ৰ'ল ব'ৰ্ড (বিচিচিআই)য়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে এদিনীয়া দলৰ অধিনায়ক হিচাপে তৰুণ বেটছমেন শুভমন গীলক দায়িত্ব অৰ্পন কৰিছে। ৰোহিত...

Read moreDetails

জুবিনক ন্যায় দিয়াৰ পৰিৱৰ্তে ‘মিছন ছেভ শ্যামকানু মহন্ত’হে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় দিয়াৰ পৰিৱৰ্তে 'মিছন ছেভ শ্যামকানু মহন্ত’হে আৰম্ভ কৰিছে। আজি ৰাজীৱ ভৱনত এক সংবাদমেলত...

Read moreDetails
Page 636 of 5950 1 635 636 637 5,950

Stay Connected

Recent News