কেন্দ্ৰীয় সংস্থা ‘ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ’ই খুচুৰা বজাৰত ঔষধৰ মূল্য নিৰ্ধাৰণ কৰে। এই এজেন্সীয়ে নিয়মীয়াকৈ ঔষধ নিৰ্মাণ কোম্পানীত ঔষধৰ...
Read moreDetailsবহু অপেক্ষাৰ অন্তত অৱশেষত ভাৰতৰ বজাৰত প্ৰৱেশ কৰিলে টেছলা মডেল ৱাই (Tesla Model Y)। বিশ্ববিখ্যাত ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই...
Read moreDetailsউত্তৰ প্ৰদেশৰ বালৰামপুৰ জিলাৰ এজন স্বঘোষিত বাবা জালালুদ্দিন ওৰফে ছাংগুৰ বাবাৰ বিৰুদ্ধে ভয়ংকৰ অপৰাধৰ অভিযোগ উত্থাপিত হৈছে। ধৰ্মান্তৰকৰণৰ এক বিশাল...
Read moreDetails২০২৫ চনৰ ৯ জুলাইত দিল্লী সাধাৰণ প্ৰশাসন বিভাগে মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ আৰু কেবিনেট মন্ত্ৰীৰ বাবে...
Read moreDetails"টাৰ্বেনড টৰ্নেডো" নামেৰে পৰিচিত বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদ ফৌজা সিঙে ১৪ জুলাইত পঞ্জাৱৰ জলন্ধৰৰ ওচৰৰ নিজৰ গাঁও বিয়াছ পিণ্ডত...
Read moreDetailsভাৰতৰ সীমা অতিক্ৰম কৰি পাকিস্তানৰ কৰাচীত এটা নাট্যদলে হিন্দু মহাকাব্য ৰামায়ণ মঞ্চস্থ কৰি ব্যাপক চৰ্চা আৰু প্ৰশংসা লাভ কৰিছে। কৰাচী...
Read moreDetailsছাবিনা পাৰ্কত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২২৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰে ১৪৩ ৰান। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই...
Read moreDetailsবঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ ঘিলাগুৰি গাঁৱত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। খবৰ অনুসৰি প্ৰণৱ দাস আৰু বুদু দাস নামৰ দম্পতীক...
Read moreDetailsশেহতীয়াকৈ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক হঠকাৰী সিদ্ধান্তই চকু কপালত তুলিছে সচেতন ৰাইজ তথা প্ৰকৃতি প্ৰেমীৰ। ন্যায়ালয়ে চৈথালা গাঁৱত ৩...
Read moreDetailsজেলিপি-চিঙৰা খোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? এই সকলোবোৰ খাদ্য চিগাৰেটৰ দৰেই ক্ষতিকাৰক! গতিকে ধঁপাতজাতীয় সামগ্ৰীৰ দৰেই জেলিপি-চিঙৰাৰ ওপৰতো সতৰ্কবাণী জাৰি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd